পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬৬ ভাৰত বুৰঞ্জী

লড‘ ন্থক্ৰক (১৮৭২--১৮৭৬ ) 2--লৰ্ড মেয়োৰ পিছত লৰ নৰ্থক্ৰক ভাৰতৰ ৰাজপ্রতিনিধি হৈ আহে।

ল্‌ নৰ্থক্রকৰ দিনত আফগানিস্থানৰ আমিৰ ছেৰ আলিয়ে ইংৰাজৰ লগত মিত্ৰতা স্থাপন কৰিবলৈ বিচাৰিছিল। কিন্তু লৰ্ড নৰ্থক্কৰ উদাসিনতাৰ ফলত ছেৰ আলিয়ে ৰুচিয়াৰ লগত মিত্ৰত| স্থাপন কৰে ৷

লড‘” লিটন ( ১৮৭৬--১৮৮০ ) ০--লৰ্ড নৰ্থক্ৰকৰ পিছত লঙ লিটন ভাৰতৰ ৰাজপ্ৰতিনিধি হৈ আহে।

দিল্লীৰ ঘ্বৰবাৰ £--এওঁ ১৮৭৭ খুঃৰ জানুৱাৰি মাহত বৰ জাকজমকেৰে দিল্লীত দৰবাৰ পাতিলে। এই দৰবাৰত মহাৰাণী ভিক্টোৰিয়াক ভাৰতৰ সম্ৰাজ্ঞী বুলি ঘোষণ| কৰে৷

তেওঁ প্রাদেশিক ভাষাৰ বাতৰি কাকতবিলাকত চৰ্কাৰে মঞ্জুৰ নকৰ কোনে| বিষয় লিখিব নোৱাৰে বুলি আইন কৰিলে ( ১৮৭৮ খুঃত ) ।

আফগানৰ দ্বিতীয় যুদ্ধ (১৮৭৮--১৮৭৯ ) ৫--আমিৰ ছেৰ আলিয়ে বহুত দিনৰ আগৰেপৰ| গোপনে বুটিচৰ বিৰুদ্ধে ৰুচিয়াৰ লগত মিত্ৰতা কৰিছিল। সেই কাৰণে লৰ্ড লিটনে বেলুচিস্থানৰ অন্তৰ্গত কোৱেটা অধিকাৰ কৰি তাত এটা বৃটিচ সেনানিবাস পাতিলে৷ ১৮৭৮ খুঃত লিটনে ছেৰণআলিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। ছেৰ আলি তুকীস্থানলৈ পলাই গল। ১৮৭৯ খৃঃত ছেৰ আলিৰ পুতেক ইয়াকুব খঁই বৃটিচৰ লগত গন্দমাকত সন্ধি কৰিলে। সন্ধিৰ স্থত্ৰান্যায়ী ইয়াকুব খাঁই