পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ অধ্যায়। _ ৰুচ ৰাজদণ্ডৰ তলত ভাৰত।

ৰাজ প্রতিনিধি লভ কেনিং ( ১৮৫৮---১৮৬২ ) $--নতুন ভাৰত শাসন আইন অনুসাৰে লৰ্ড কেনিং ভাৰতৰ প্রথম “ৰাজ- প্রতিনিধি ব৷ ভাইচৰয়” নিযুক্ত হল। কেনিঙে প্রথমে সৈন্ত- বিভাগৰ সংস্কাৰ কাধ্য হাতত লৈ ইংৰাজ চিপাহীৰ ফৌজ বেছি কৰিলে আৰু সকলে৷ সেন| ইউৰোপীয় কৰ্ম্মমাৰীৰ তলত ৰাখিলে ।

শাসন সংস্কাৰ - লৰ্ড কেনিঙে মহাৰাণীৰ ঘোষণ৷ পত্ৰৰ সৰ্ভ্ব অনুযায়ী ডেলহাউচিৰ স্বত্ব বিলোপ নীতি ৰদ কৰে। ১৮৬০ সবযত ভাৰতীয় দণ্ডবিধি আইন বিধিবদ্ধ হয়। চুপ্ৰিম কোৰ্টৰ ঠাইত কলিকতা, বোম্বাই, মাদ্ৰাজত হাই কোৰ্ট পতা হল। "ভাৰতীয় আইন সভাত বে-চৰকাৰী সদস্তা এহণৰ ব্যৱস্থ| হল।

ৰাজস্বনীতি ?--তেওঁ আয় বৃদ্ধিৰ কাৰণে আয়-কৰ বহুৱালে । এই সময়তে ভাৰতত প্ৰথম নোট প্রচলন হয়। কেনিঙে ‘সৈন্তযাবিভাগৰ বহুত খৰচে| কমালে ।

বিশ্ববিস্লালয় স্থাপন ১--তেওঁৰ দিনত ১৮৫৭ খৃঃত কলিকতা, বোম্বাই, আৰু মাদ্ৰাজত বিশ্ববিদ্যালয় স্থাপন কৰ| হয়।

লৰ্ড কেনিঙৰ শাসনৰ শেষ কালত গোটেই ভাৰত জুৰি 5১৮৬৭ খুঃত তুভিক্ষ হল।

ঢ় লাল ৭৬২০৭, এ২৷ ৬২৮ ন) 1: সগত্%ন২5০33849:349999,9 ৮4% আখা