পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতত ইংৰাজ ৰাজত্বৰ সুঞ্ৰতিঠ| ১৬৩

বিদ্ৰোহ দমনৰ কাৰণে ৰৃটিচে কঠোৰ ব্যৱস্থা লয়। বিদ্ৰোহৰ কাৰণে মনিৰাম দেৱান, পিয়লী বৰুৱাকে আদিকৰি বহুতক ফীচী দিয়| হয়। ৰ বিজ্ৰোহৰ ফলাফল 2--এই বিদ্ৰোহৰ ফলতে ভাৰতত ্ভ কোম্পানিৰ ৰাজত্বৰ অবসান ঘটিল। বৃটিচ চৰকাৰে প্রত্যক্ষভাবে ভাৰত-শাসনৰ কতৃত্ব গ্রহণ কৰিলে। ১৮৫৮ খুঃত ভাৰত শাসন আইনৰ বলত ভাৰতত নতুন শাসন-ব্যৱস্থা প্রৱৰ্ত্তিত হল। এই নতুন শাসন-ব্যৱস্থা অনুযায়ী ইংলণ্ডৰ ৰাণী ভিক্টোৰিয়া ভাৰতৰ শাসিক| হল। বৃটিচ মন্ত্ৰসভাৰ এজন সদস্ভাৰ হাতত ভাৰতৰ শাসন ভাৰ দিয়৷ হল--এই মন্ত্ৰী জন৷ ভাৰত সচিব নামে পৰিচিত হল। * ভাৰতৰ গৱৰ্ণৰ-জেনেৰেলে তেতিয়াৰ পৰ! ভাইচৰয় ব| ৰাজপ্রতিনিধি খিতাপ লাভ কৰিলে। মহাৰাণীৰ থখোষণাপত্ৰ &--১৮৫৮ খুঃৰ ১ল| নবেম্বৰৰ দিন| মহাৰাণীয়ে নিজে ভাৰতৰ শাসনভাৰ গ্রহণ কৰি এক ঘোষণাপত্ত প্রচাৰ কৰিলে। এই ঘোষণাৰ দ্বাৰ৷ ভাৰতবাসীৰ নান৷ অভাব-

অভিযোগ দূৰ কৰিবৰ প্ৰতিশ্ৰুতি দিয়৷ হৈছিল। প্রশ্ন

১৷ প্রথম আফগান যুদ্ধ চমু বিৱৰণ দিয়| |

২ । কিয় আৰু কেনেকৈ বৃটিচে পঞ্জাৱ অধিকাৰ কৰিলে ?

৩। ল্‌ ডেলহাউচিয়ে কোন কোন ৰাজ্য বৃটিচ ৰাজ্যৰ অন্তভূক্ত কৰে? তেওঁৰ জনহিতকৰ কামবিলাক উল্লেখ কৰ৷ ।

৪ । ভাৰতৰ স্বাধীনতাৰ প্রথম সংগ্রাম ( চিপাহী বিদ্ৰোহ ) কেতিয়া কি কাৰণে হৈছিল?

৫ । ১৮৫৭-১৮৫৮ খৃঃৰ বিদ্ৰোহৰ নায়ক কেইজনৰ বিষয়ে কি জান| ?

৬ | ১৮৫৩ থৃঃত দিয়| মহাৰাণীৰ ঘোষণা-পত্ৰ মতে ভাৰতে কি সংস্কাৰ পালে? ৌ চম্ভ্