পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬২ = ! ভাৰত বুৰঞ্জী অভিমুখে যাত্ৰ৷ কৰি দিল্লী অধিকাৰ কৰি শেষ মোগল বাদছাহ বাহাঁত্ৰ ছাইক ভাৰতৰ সম্ৰাট বুলি ঘোষণ| কৰিলে। দিল্লী চহৰ, প্রায় এমাহ বিদ্ৰোহীবিল।কৰ কবলত আছিল। সেই সময়ত ভাৰতত যানবাইনৰ যথেষ্ট অভাব থক| সত্বেও এই বিদ্ৰোহ কলিকতাৰ পৰ| পঞ্জাৱ আৰু পঞ্জ'ৱৰ পৰা| ৰাজপুতন|৷ পধ্যন্ত বিয়পি পৰিছিল। বিদ্ৰোহী বিলাকৰ নেতাৰ ভিতৰত নানাচাহাব, তাঙ্তীয়। তোপী আৰু বূ।ন্ষিৰ ৰাণী লগ্ষ্মীবাইয়ে প্ৰধান। বিদ্ৰোহৰ প্রথম অৱস্থাত ইংৰাজে বিশেষ একো| স্তুবিধ৷, কৰিব পৰ। নাছিল, কিন্তু অলপদিনৰ ভিতৰতে ভাৰতীয়ৰ সাহায্য লৈয়ে ইংৰাজে ইয়াক দমন কৰে। ভাৰতীয় শিখ আৰু গুখ বিলাক ইংৰাজৰ অনুৰক্ত আছিল। নিজাম, চিন্ধিয়| আৰু অনেক দেশীয় ৰজাই ইংৰাজক বিদ্ৰোহ দমন্ত সহায় কৰিছিল। উপযুক্ত নেতাৰ অভাব, বিভিন্ন বিদ্ৰোহীদলৰ মাজত সংগঠনৰ অভাৱ আৰু বিৰোধভাব আদিৰ কাৰণে বিদ্ৰোহীবিলাকৰ পৰাজয় ঘটিছিল। বিদ্ৰোহী নেত| সকলৰ ভিতৰত ৰাণী লক্ষ্মী ' বাইয়ে শেষ প্যস্ত বৃটিচৰ বিৰূদ্ধে যুজি প্রাণ বিসৰ্জ্জন দিয়ে। তান্তীয়াক বৃটিচে ফীচাঁ দিয়ে, নানাচাহাৰ পলাই সাৰে আৰু: বাহাদুৰ ছাইক ৰেঙ্গুনলৈ নিৰ্ববাসিত কৰে। অসমত বিদ্ৰোহ £--বৰাকপুৰৰ চিপাহী বিদ্ৰোহৰ সময়ত চাৰিঙৰ ৰজ কন্দৰ্পেৰশ্বৰ সিংহৰ মন্ত্ৰী মণিৰাম দেৱান কলিকতাত আছিল । মন্ত্ৰাৰ পৰ৷ উৎসাহপূর্ণ চিঠি পাই ৰাজ্যৰ মুখিয়াল মানুহসকলে ৰাজকাৰেঙত বহি অসমৰ পৰ| ইংৰাজক খেদোৱাৰ উপায় আলচিলে । ফলত অসমতে৷ বিদ্ৰোহৰ জুই জ্বলি উঠে।