পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী ৰূপৰ পাত্র আবিষ্কৃত হৈছে। পণ্ডিতসকলে এইবোৰ খৃঃ পূঃ OOJO হৰপ্পাত পোৱা পাত্ৰাদি । তিনি হেজাৰ বছৰৰ আগৰ কাৰুকাৰ্য্য বুলি নিৰ্ণয় কৰিছে ৷ এনে ধৰনৰ ওখ খাপৰ কাৰুকাৰ্য্যই বিশদভাৱে প্ৰমাণ কৰে যে, হেজাৰ হেজাৰ বছৰৰ পূৰ্বেব উত্তৰ ভাৰতৰ সিন্ধুনদীৰ পাৰত MANHUNTIO BRAT মহেঞ্জোদাৰোত পোৱা অলঙ্কাৰাদি । এজাতি হুসভ্য আৰু সমৃদ্ধিশালী লোকে বাস কৰিছিল৷ এই সভ্যতাক বহুতে মিচৰ, চুমেৰিয় আদি সভ্যতাৰ লগত তুলনা কৰে ৷