পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতত ইংৰাজ ৰাজত্বৰ সুপ্রতিষ্ঠ। বুলি ঘোষণা কৰ নিজৰ নামত মুদ্রা চলায়। তেওঁৰ সেনা- বিলাকে ১৮০৬ খৃঃত শতদ্রু নৈ পাৰ হৈ লুধিয়ানা অধিকাৰ কৰে। তেতিয়া সেই ঠাইৰ ৰজাই বৃটিচৰ সহায় খোজাত, লর্ড মিন্টোৱে চাৰ মেটকাফক ৰণজিৎ সিংহৰ ওচৰলৈ পঠায় । ৰণজিৎ সিংহ । 145 ৰণজিতে ইংৰাজৰ লগত অমৃতসৰৰ সন্ধি কৰিলে আৰু শতজ্ঞ নৈৰ পূব ফালৰ ৰাজ্যবোৰ ভবিষ্যতলৈ আক্রমণ নকৰিবলৈ মান্তি হল। ইংৰাজে লুধিয়ানাত এটা দুর্গ সাজি তাত ইংৰাজ সৈন্য ৰাখিলে৷ ৰণজিতে আজীৱন কাল ইংৰাজৰ লগত বন্ধুভাবে কটায় ৷