সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঔৰংজেব।

(১৬৫৮ খৃঃ – ১৭০৭ খৃ: লৈ)

 ঔৰংজেবে ১৬৫৮ খৃঃত আলমগিৰ (অৰ্থাৎ পৃথিবী-বিজেতা) উপাধি লয়।

ঔৰংজেব।

 অসম অভিযানঃ— ঔৰংজেবে তেওঁৰ বিশ্বাসী বঙ্গদেশৰ চুবাদাৰ মিৰজুমলাক অসম আক্ৰমণ কৰিবলৈ পঠায়। মিৰজুমলাই এটা বৰ শকত ফৌজ লৈ অসম পায়হি। সেইসময়ত অসমত জয়ধ্বজ সিংহ ৰজা আছিল। মিৰজুমলাই কোচবিহাৰ