পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জাহাঙ্গিৰ ( ১৬০৫ খৃঃ-১৬২৭ খৃঃ লৈ) আকবৰৰ মৃত্যুৰ পিছত চেলিমে জাহাঙ্গিৰ নাম লৈ সিংহাসনত উঠিল। জাহাঙ্গি ৰ ৰ পুত্ৰ খক্র বিদ্রোহী হৈ ঊঠি ছিল। সম্রাটে পৰাস্ত কৰি বন্দীশালত থয়। নু ৰজা হা নঃ— ১৬১১ খৃঃত জাহাঙ্গিৰে মেহেৰুন্নিচ৷ নামে এজনী সুন্দৰী ছোৱালী বিয়া কৰায়। রিয়াৰ পিছত তেওঁৰ নাম নুৰজাহান হৰজাহান । O জাহাঙ্গিৰ ৷ (পৃথিবীৰ পোহৰ) ৰখা হল। নুৰজাহান বৰ বুদ্ধিমতী আছিল। জাহাঙ্গিৰে নুৰজাহানৰ হাততে ৰাজ্যৰ ভাৰ এৰি দিছিল । যুৱৰাজ থুৰমৰ বিদ্রোহ :- ১৬২২ খৃষ্টাব্দত পাৰ্যৰ শাসন- কৰ্ত্তাই কান্দাহাৰ ৰাজ্য কাঢ়ি লয় । সম্রাটে যুৱৰাজ খুৰমক কান্দাহাৰ উদ্ধাৰ কৰিবলৈ পাঁচে ; কিন্তু তেওঁ