পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী বিলাক জ্বলি উঠিল আৰু অস্ত্র-শস্ত্ৰ লৈ মুছলমানবিলাকক আক্ৰমণ কৰিলে। প্রায় দহ হেজাৰ ৰাজপুত সৈন্যৰ দুৰ্গৰ আকবৰৰ সাম্রাজ্য উদয় গুজৰাট আবর চুরাট আমদনগর গোদা Wo গোয়ালিয়ন বেনাম মহা বিহার বন্ধুদেশ বঙ্গোপ সাগৰ সা গ গ 267 ওচৰত মৃত্যু হল । বিধৱা ৰাজপুত তিৰোতাবিলাকে জুইত জাপ দি প্রাণ এৰিলে।