পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান পঞ্চম ভাগ -সংঘ -অনুচ্ছেদ ৯৭-১০১ ৯৭৷ ৰাজ্য সভাৰ সভাপতি আৰ উপ-সভাপতিক আৰু লোক সভাৰ অধ্যক্ষ আৰু সভাপতি আৰু উপাধ্যক্ষক সংসদে বিধিৰদ্বাৰা যথাক্ৰমে যথা নিৰ্দিষ্ট কৰা অনুসৰি বেৰ্তন আৰ ভাত্তা সমূহ উপ-সভাপতিৰ দিয়া হব আৰু সেই মৰ্মে উপবন্ধ প্ৰস্তুত নকৰালৈকে দ্বিতীয় অনুসূচীত বিনিৰ্দিষ্ট কৰা বেতন আৰু অধ্যক্ষ আৰু ভাঙা সমূহ দিয়া হব। আৰু উপাধ্যক্ষ বেতন আৰু ভাত্তা। ৯৮৷ (১) সংসদব প্ৰত্যেক সদনৰে পৃথক সাচিবিক কৰ্মচাৰীবৃন্দ থাকিব। সংসদ সচিবালয়। পৰস্তু, সংসদৰ উভয় সদনৰ নিমিত্তে উমৈহতীয়া পদ সৃষ্টি কৰাৰ পৰা বাৰণ কৰা হৈছে বুলি এই খণ্ডৰ কোনো কথাই অৰ্থ নকৰিব। (২) সংসদে বিধিৰ দ্বাৰা সংসদৰ যিকোনোটো সদনৰ সাচিবিক কৰ্মচাৰী বৃন্দৰ ভৰ্ত্তি, আৰু নিযুক্ত ব্যক্তি সমূহৰ সেবাৰ চৰ্ত্ত সমূহ বিনিয়মন কৰিব পাৰে। (৩) সংসদৰ দ্বাৰা খণ্ড (২)ৰ অধীনত উপবদ্ধ প্ৰস্তুত নকৰা পৰ্য্যন্ত ৰাষ্ট্ৰপতিয়ে ক্ষেত্ৰবিশেষে লোক সভাৰ অধ্যক্ষ বা ৰাজ্য সভাৰ সভাপতিৰ সৈতে পৰামৰ্শ কৰি লোক সভাৰ বা ৰাজ্য সভাৰ সাচিবিক কৰ্মচাৰী বৃন্দৰ ভৰ্ত্তি আৰু নিযুক্ত ব্যক্তি সমূহৰ সেবা চৰ্তসমূহ বিনিয়মন কৰি নিয়ম কৰিব পাৰিব আৰু উক্ত খণ্ডৰ অধীনত কৰা কোনো বিধিৰ উপবন্ধাবলী সাপেক্ষে, সেই নিয়মাবলী প্ৰভাবী হব। কাৰ্য্য পৰিচালনা ৯৯ সংসদৰ প্ৰতিটো সদনৰ প্ৰত্যেক সদস্যই নিজ আসন গ্ৰহণ কৰাৰ পূৰ্বে ৰাষ্ট্ৰপতিৰ সদস্যসকলৰ আগত, বা সেই মৰ্মে তেওঁৰ দ্বাৰা নিযুক্ত কোনো ব্যক্তিৰ আগত, তৃতীয় অনুসূচীত সেই দ্বাৰা শপত বা প্ৰয়োজনৰ বাবে দিয়া প্ৰপত্ৰ অনুযায়ী শপত লব বা প্ৰতিজ্ঞান গ্ৰহণ কৰিব, আৰু তাত চহী প্ৰতিজ্ঞান। কৰিব। ১০০ (১) এই সংবিধানত অন্যথা উপবন্ধিত অবস্থাৰ বাহিৰে কোনো সদনৰ কোনো সদনত ভোট বৈঠকত বা দুয়োটা সদনৰ যুটীয়া বৈঠকত উত্থাপিত সকলো প্ৰশ্ন, অধ্যক্ষ অথবা অধ্যক্ষ বা দান, আসন বিত্ত সভাপতি ৰূপে কাৰ্য্য চলোৱা ব্যক্তিৰ বাহিৰে উপস্থিত থকা আৰু ভোট দিয়া সদস্য সকলৰ থকা সত্ত্বেও সংখ্যাধিক্যভোটৰ দ্বাৰা নিৰ্ধাৰিত কৰা হব। সভাপতিয়ে বা অধ্যক্ষই, অথবা তেনে বৃপে কাৰ্য্য কৰা ব্যাক্তিয়ে প্ৰথমতঃ ভোট নিদিব, সদনৰ কাৰ্য্য কৰাৰ ক্ষমতা কিন্তু ভোট সমান সমান হলে তেওঁ এটা নিৰ্ণায়ক ভোট পাব আৰু সেইটো প্ৰয়োগ কৰিব। আৰু ধূল। (২ সদস্য পদৰ কোনো ৰিক্ততা থকা সত্ত্বেও সংসদৰ যিকোনোটো সদনৰে ইয়াৰ কাৰ্য্য চলাবলৈ ক্ষমতা থাকিব আৰু হক নথকা কোনো ব্যক্তি কাৰ্যবাহীত উপস্থিত আছিল বা ভোট দিছিল বা আন প্ৰকাৰে তাত তেওঁ অংশ গ্ৰহণ কৰিছিল বুলি পিচত ধৰা পৰিলেও সংসদৰ কাৰ্যবাহী বিধিমান্য হব। (৩) সংসদে বিধিৰ দ্বাৰা অন্যথা উপবন্ধিত নকৰিলে, সংসদৰ যিকোনোটো সদনৰ কোনো বৈঠক গঠন কৰিবৰ কাৰণে সেই সদনৰ সদস্য সকলৰ মুঠ সংখ্যাৰ এক-দশমাংশৰে ধূল হব। (৪) কোনো সদনৰ কোনো বৈঠকত কোনো সময়ত যদি থুল পূৰ্ণ নহয়, তেনেহলে থুল হৈ নুঠা পৰ্যন্ত বৈঠক স্থগিত ৰথাটো বা নিলম্বিত কৰাটো সভাপতিৰ বা অধ্যক্ষৰ অথবা সেই বৃপে কাৰ্যকৰা ব্যক্তিৰ কৰ্তব্য হব। সংদস্যসকলৰ অৰ্হতাসমূহ ১০১ (১) কোনো ব্যক্তিয়েই সংসদৰ উভয় সদনৰ সদস্য নহব আৰু কোনো ব্যক্তি উভয় আসনৰ বিক্ততা। সদনৰ সদস্য হলে ইটো বা সিটো সদনত তেওঁৰ আসন ৰিক্ত কৰাৰ কাৰণে সংসদে বিধিৰ দ্বাৰা উপবন্ধ কৰিব।