পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান পঞ্চম ভাগ - সংঘ - অনুচ্ছেদ ৮১-৮৩ (৩) এই অনুচ্ছেদত “জনসংখ্যা” পদে এনে অজিম্ পুৰ্ববৰ্তী জন-গণনাত অভিনিশ্চিত জনসংখ্যাক বুজাব যাৰ প্ৰাসঙ্গিক সংখ্যাসমূহু প্ৰকাশিত হৈছে। পৰস্তু, এই খণ্ডত প্ৰাসঙ্গিক সংখ্যা সমূহু প্ৰকাশিত হোবা অন্তিম পূৰ্ববৰ্তী জনগণনাৰ প্ৰতি থকা নিৰ্দেশে, ২০০০, চনৰ পিচত অনুষ্ঠিত প্ৰথম জনগণনাৰ প্ৰাসঙ্গিক সংখ্যা সমূহ প্ৰকাশিত নোহোবা পৰ্যন্ত, ১৯৭১ চনৰ জনগণনাৰ প্ৰতি কবা নিৰ্দেশ বুলি অৰ্থ কৰা হব।] ৮২ প্ৰত্যেক জনগণনাৰ সমাপ্তিৰ অদ্ভুত লোক সভাত ৰাজ্যসমূহৰ আসনৰ আকটনব প্ৰত্যেক আৰ প্ৰত্যেক ৰাজ্যক প্ৰাদেশিক নিৰ্বাচন সমষ্টিত বিভাজুনৰ এনে প্ৰাধিকাৰীৰ দ্বাৰা আৰু এনে জনগণনাৰ পিচত ৰীতিত পুনঃ সমাযযাজন কৰা হব যিটোনেকি সংসদে বিধিৰ দ্বাৰা নিৰ্ধাক্তি কবে? পুলঃ সমাযোজন। পৰম্ভ, এনে পুনঃ সমাযোজনে তৎকালীন বিদ্যমান সদনৰ বিঘটন নোহহাবা পৰ্যন্ত লোক সভাত থকা প্ৰতিনিধিৰ ওপৰত প্ৰভাৰ নেপেলাব ঃ ] উপৰস্তু, ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা যথা বিনিৰ্দিষ্ট কৰি দিয়া তাৰিখৰ পৰাহে এনে পুনঃ সমাযোজন কাৰ্যকৰী হব আৰু এনে পুনঃ সমাধোন কাৰ্যকৰী নোহোৰা পৰ্যন্ত সদনলৈ হবলগীয়া কোনো নিৰ্বাচন এনে পুনঃ সমাযোজনৰ পূৰ্বে থকা প্ৰাদেশিক সমষ্টি সমূহৰ ভিত্তিত অনুষ্ঠিত হব পাৰিব। অধিকন্তু, ২০০০ চনৰ পিচত অনুষ্ঠিত প্ৰথম জন-গণনাৰ প্ৰাসঙ্গিক সংখ্যা সমূহ প্ৰকাশ এই সমযোজন কৰা আৰু প্ৰত্যেক ৰাজ্যক প্ৰাদেশিক সমষ্টিত বিভাজন কৰাটো আবশ্যক নহব॥ ৮৩ (১) ৰাজ্য সভা বিঘটন, নহব, কিন্তু ইয়াৰ যথাসম্ভব নিকটতম এক তৃতীয়াংশ সদস্যই, সংসদ সংসদৰ দ্বাৰা প্ৰণীত বিধিৰ দ্বাৰা সেই মৰ্মে কৰা উপবন্ধ অনুসাৰে, প্ৰত্যেক দ্বিতীয় বছৰৰ সদনৰয়ৰ সমাপ্তিত যথাসম্ভব শীঘ্ৰে অৱসৰ গ্ৰহণ কৰিব। কালাবধি। (২) আগতে বিঘটিত নহলে লোক সভা ইয়াৰ প্ৰথম বৈঠকৰ বাবে নিযুক্ত তাৰিখৰ : পৰা পূ পাঁচ বছৰ কালৰ কাৰণে বৰ্তি থাকিব আৰু ইয়াতকৈ অধিক কাল নেথাকিব আৰু পাঁচ বছৰীৰ উক্ত কালৰ সমাপ্তিত লোক সভাৰ বিঘটন ঘটিব। পৰস্তু, যেতিয়া কোনো সংকটকালীন অবস্থাৰ উদঘোষণা প্ৰবৰ্তিত হৈ থাকে তেতিয়া এবাৰত এবছৰ কাল অতিক্ৰম নকৰাকৈ আৰু কোনো প্ৰকাৰে উক্ত উদঘোষণাৰ ক্ৰিয়া সমাপ্তি পিছত দুমাহ কালাবধিৰ অধিক বিস্তৃত নকৰাকৈ সংসদে বিধিৰ দ্বাৰা উক্ত কালাধি বঢ়াই দিব পাৰে। ১ সংবিধান (দাচৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ ধাৰা ১৫ৰ দ্বাৰা অন্তঃস্থাপিত (৩-১-৭৭ তাংৰ পৰা) ২ উক্ত অধিনিয়মৰ ধাৰা, ১৬ৰ দ্বাৰা উক্ত তাংৰ পৰা অন্তঃস্থাপিত। ৩ সংবিধান (দ্বাচত্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ ধাৰা ১৭ৰ দ্বাৰা “ছয় বছৰ কৰা হৈছিল কিন্তু সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ১৩ৰ দ্বাৰা “পঁচ বছৰ” কৰা হ'ল (২০-৬-৭৯ তাংৰ পৰা 1 ,