পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৩২ ভাৰতৰ সংবিধান সপ্তম অনুসূচী ৭। সংবিদা সমূহ, ভাগীদাবী, অভিকৰণ, পৰিবহণ সংবিদাআৰু অন্যান্য বিশেষ ধৰণৰ সংবিদা সমূহক অন্তৰ্ভুক্ত কৰি, কিন্তু কৃষি-ভূমি সম্পৰ্কীয় সংবিদা সমূহৰ বাদে। ৮| অভিযোজ্য দোয। ৯। দেউলীয়া আৰু শোধ ক্ষমতা। ১০ান্যাস অব ন্যাসী। ১১। মহা প্ৰশাসক আৰু চৰকাৰী ন্যাসী। [১১ক। ন্যায় প্ৰশাসন; উচ্চতম ন্যায়ালয় আৰু উচ্চন্যায়ালয়ৰ বাহিৰে আন সকলোেবোৰ ন্যায়ালয়ৰ গঠন আৰু সংগঠন।] ১২। সাক্ষ্য আৰু শপত; বিধি সমূহৰ, চৰকাৰী কাৰ্য্যসমূহৰ আৰু অভিলেখবোৰৰ আৰু ন্যায়িক কাৰ্য্যবাহী সমূহৰ স্বীকৃতি। ১৩। এই সংবিধানৰ প্ৰাবম্ভণিত চিভিল প্ৰক্ৰিয়া সংহিতাত অন্তৰ্ভুক্ত সকলো বিষয়কে ধৰি চিভিল প্ৰক্ৰিয়া, পবিসীমা আৰু মধ্যস্থতা। ১৪। ন্যায়ালয় অৱমাননা, কিন্তু উচ্চতম ন্যায়ালয়ৰ অৱমাননা ইয়াৰ অন্তৰ্ভুক্ত নহয়। ১৫ আহিগুণ, যাযাবৰ আৰু প্ৰব্ৰজনকাৰী জনজাতি সমূহ। ১৬। উন্মাদত আৰু মানসিক বিকলতা, যাৰ অন্তৰ্গত উন্মদি অৰুি মানসিক বিকল সকলক বখা অথবা চিকিৎসা কৰা স্থান সমূহে হব। ১৭ | পশুব প্ৰতি নিষ্ঠুৰতা নিবাবণ।

  • [ ১৭ ক।বন।

১৭ খ। বন্য জীৱ-জন্তু অব পক্ষীৰ সংৰক্ষণ।] ১৮ | খাদ্যদ্ৰব্য আৰু আন বৰ অগমিশ্ৰণ। ১৯। আফিঙৰ সম্বন্ধত সূচী-১ব প্ৰবিষ্টি ৫৯ ত থকা উপবন্ধ সমূহৰ সাপেক্ষে ভেষজ আৰু বিষ। ২০। আৰ্থিক আৰু সামাজিক যোজন। [ ২০ ক। জনসংখ্যা নিয়ন্ত্ৰণ অঝি পবিয়াল পৰিকল্পনা।] ২১.| বাণিজ্যিক আৰু ঔদ্যোগিক একাধিপত্য, সন্নিবন্ধন আৰু ন্যাস সমূহ। ২২। ট্ৰেড ইউনিয়ন সমূহ; ঔদ্যোগিক আৰু শ্ৰম বিবাদ সমূহ। ২৩। সামাজিক নিবাপত্তা আৰু সামাজিক বীমা; নিয়োগ আৰু নিবনুৱা। ২৪। কামৰ চৰ্ত্ত সমূহ; ভৱিষ্য-নিধি, নিয়োজকৰ দায়িত্ব, কৰ্মীসকলৰ ক্ষতিপূবণ, অসমৰ্থতা আৰু বাৰ্ধক্য অৱসৰ বেতন আৰু প্ৰসূতি-সুবিধাক অন্তৰ্ভুক্ত কৰি শ্ৰম-কল্যাণ। [ ২৫। সূচী-১বপ্ৰবিষ্টি ৬৩, ৬৪, ৬৫ আৰু ৬৬ ৰ উপবন্ধ সমূহৰ সাপেক্ষে কাৰিকৰী শিক্ষা, চিকিৎসা বিজ্ঞান শিক্ষা আৰু বিশ্ববিদ্যালয় সমূহক অন্তৰ্ভুক্ত কৰি শিক্ষা; শ্ৰমিক সকলৰ ব্যৱসায়িক আৰু কাৰিকৰী প্ৰশিক্ষণ। ] ১া সংবিধান (দ্বাতৃবিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ ব ধাৰা ৫৭ ৰ দ্বাৰা অন্তঃস্থাপিত (৩- ১-৭৭ তাংৰ পৰা)। ২। উক্ত অধিনিয়মৰ উক্ত ধাবাৰ দ্বাৰা প্ৰবিষ্টি ২৫ ৰ বাবে প্ৰতিষ্ঠাপিত (৩-১-৭৭ তাংৰ পবা)।