পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৩১ ভাৰতৰ সংবিধান সপ্তম অনুসূচী ৫৬।ৰাস্তাৰে বা অন্তৰ্দেশীয় জলপথেৰে কঢ়িওৱা বস্তু আৰু যাত্ৰীব ওপৰত কৰ। ! ৫৭! সূচী -৩ ৰ প্ৰবিষ্টি ৩৫ ৰ উপবন্ধ সমূহৰ সাপেক্ষে, ট্ৰামকাৰক অন্তৰ্ভূক্ত কৰি ৰাস্তাৰ ওপৰত চলোৱাব উপযোগী যান-বাহনৰ ওপৰত কৰ-লাগিলে তেনে যান-বাহন যন্ত্ৰ-চালিত 'ইওকেই বা নহওকেই। ৫৮ { জন্তু অৰঃ নৌকাৰ ওপৰত কৰ। ৫৯। পথ কৰ।

৬০। বৃত্তি, বেপাৰ, আৰ্জীৱিকা আৰু নিযুক্তিৰ ওপৰত কৰ। "৬১ জনমূৰি কৰ।”". • '১ ৬২। মনোৰঞ্জন, আমোদ-প্ৰমোদ, পণ বখা ক জুৱাখেলাকে ধৰি বিলাসিতাৰ ওপৰত কৰ। ৬৩। মুদ্ৰাংক শুল্কৰ সম্পৰ্কত সূচী-১ৰ উপবন্ধ সমূহত বিনিৰ্দিষ্ট দস্তাবেজ বিলাকৰ বাহিৰে আন দস্তাৱেৰ সন্ধত মুদ্ৰাংক শুল্কৰ নিবিখ।.. ৬৪। এই সূচীৰ বিষয় সমূহৰ যিকোনোটোৰ সম্বন্ধত, থকা বিধিৰ বিৰুদ্ধে কৰা অপবাধসমূহ। ৬৫।এই সূচীৰ বিষয় সমূহৰ যিকোনোটোৰ সম্বন্ধত, উচ্চতম ন্যায়ালয়ৰ বাদে আন ন্যায়ালয় সমূহৰ ক্ষেত্ৰাধিকাৰ আৰু ক্ষমতা সমূহ। ৬৬। যিকোনো ন্যায়ালয়ত লোৱা ফিজৰ বাহিবে, এই সূচীৰ বিষয় সমূহৰ যিকোনোটোৰ সম্বন্ধত লোৱা ফিজ।

সূচী -৩ সমবৰ্তী সূচী ১। দণ্ডবিধি, - এই সংবিধানব প্ৰাবম্ভণিত ভাৰতীয় দণ্ড সংহিতাৰ অন্তৰ্ভুক্ত সকলো বিষয়কে ধৰি, কিন্তু সূচী -১ আৰু সূচী -২ বিষয় সমূহৰ যিকোনোটোৰ সম্বন্ধুত থকা বিধিৰ বিৰুদ্ধে কৰা অপৰাধসমূহৰ বাদে, আৰু অসামৰিক প্ৰশাসনৰ সাহায্যৰ অৰ্থে নৌ, হল বা বিমান বাহিনীৰ অথবা আন কোনো সশস্ত্ৰ বাহিনীৰ প্ৰয়োগব বাদে। ২। দণ্ড প্ৰক্ৰিয়া - এই সংবিধানৰ প্ৰাৰম্ভণিত দণ্ড-প্ৰক্ৰিয়া সংহিতাৰ অন্তৰ্ভুক্ত সকলো বিষয়কে ধৰি। } ৩। কোনো বাজ্যৰ সুব্ৰক্ষাৰ লগত, সাৰ্বজনিক ব্যৱস্থা অটুট ৰখাব লগত, অথবা'সমাজৰ বাবে আৱশ্যকীয় সৰবৰাহ আৰু সেৱা সমূহ অটুট ৰখাৰ লগত সংযুক্ত কাবণ সমূহৰ বাবে কৰা নিবাৰক- নিৰোধ, এনেদৰে নিৰুদ্ধ ব্যক্তিসকল।

  • ৪। কয়দী;অভিযুক্ত ব্যক্তিসকল আৰু এই:সূচীৰ প্ৰবিষ্টি ৩-৩.বিনিৰ্দিষ্ট কাৰণ সমূহৰ বাবে

নিবাৰক নিবদ্ধ হোৱা ব্যক্তিসকলক এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ আতৰোৱা। ৫। বিবাহ আৰু বিবাহ-বিচ্ছেদ; শিশু আৰু অপ্ৰাপ্তবয়স্ক সকল; দত্তক; ইচ্ছাপত্ৰ সমূহ, ইচ্ছাপত্ৰবিহীনতা আৰু উত্তৰাধিকাৰ; অবিভক্ত পৰিয়াল আৰু বিভাজন; এই সংবিধানৰ প্ৰাৰম্ভণিৰ অবহিত পূৰ্ব্বে যিবোৰ ন্যায়িক কাৰ্য্যবাহীৰ পক্ষসমূহ তেওঁলোকৰ ব্যক্তিগত বিধি অধীনস্থ আছিল তেনে সকলোবোৰ বিষয়। ' ৬। কৃষি-ভূমিৰ বাহিৰে আন সম্পত্তি হস্তান্তৰণ;"দলিল আৰু দস্তাৱেজবোৰৰ পঞ্জীয়ন।