পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান সপ্তম অনুসূচী ১৮।ভূমি, অৰ্থাৎ ভূমিত বা ভূমিৰ ওপৰত অধিকাৰ, জমিদাৰ আৰু প্ৰজাৰ সম্বন্ধ অন্তৰ্ভুক্ত কৰি ভূ-ধূতি আৰু খাজনা সংগ্ৰহ; কৃষি-ভুমিব হস্তান্তৰণ আৰু অন্যসংক্ৰমণ, ভূমি-উন্নয়ন আৰু কৃষি ঋণ, উপনিবেশন। ১ ২১। মীনমহল। ২২। সূচী-১ ৰ প্ৰবিষ্টি ৩৪ ব উপবন্ধ সমূহৰ সাপেক্ষে প্ৰতিপালক অধিকৰণ; ভাৰগ্ৰ আৰু ক্ৰোকী সম্পদ। ২৩। সংঘৰ নিয়ন্ত্ৰণৰ অধীনত বিনিয়মন আৰু উন্নয়ন সম্বন্ধে সূচী-১ ত থকা উপবন্ধ সমূহৰ সাপেক্ষে খনিৰ বিনিয়মন আৰু খনিজৰ উন্নয়ন। ২৪। সুচী - ১ৰ [ প্ৰবিষ্টি ৭ আৰু ৫২ ৰ উপবন্ধ সমূহৰ সাপেক্ষে উদ্যোগ সমূহ। ২৫। গেছ আৰু গেছ-কাৰখানা সমূহ। ২৬। সুচী | - ৩ ৰ প্ৰবিষ্টি ৩৩ ৰ উপবন্ধ সমূহৰ সাপেক্ষে বাজ্যখনৰ ভিতৰত বেপাৰ আৰু বাণিজ্য। ২৭। সূচী-৩বপ্ৰবিষ্টি ৩৩ ৰ উপবন্ধ সমূহৰ সাপেক্ষে বস্তুৰ উৎপাদন, সৰবৰাহ আৰু বিতৰণ। ২৮ বজাৰ আৰু মেলা সমূহ। ২ ৩০। মহাজনী আৰু মহাজন; কৃষি-ঋণগ্ৰস্ততাৰ পৰা মুক্তি। ৩১। পান্থশালা আৰু পান্থশীলাপাল ৩২। সূচী -১ ত বিনিৰ্দিষ্ট নিগম সমূহৰ বাদে আন নিগম সমূহৰ আৰু বিশ্ববিদ্যালয় সমূহ নিগমন, বিনিয়মন আৰু পৰিসমাপন; অনিগমিত বেপেৰুৱা, সাহিত্যিক, বৈজ্ঞানিক, ধৰ্মীয় আৰু আন আন সমিতি আৰু সংস্থা সমূহ; সমবায় সমিতি সমূহ। ৩৩ নাট্যশালা আৰু নাটকীয় অভিনয় সমূহ; সূচী-১বপ্ৰবিষ্টি ৬০ৰউপবন্ধ সমূহৰ সাপেক্ষে চল-চিত্ৰ, খেল-ধেমালি, মনোবন আৰু আমোদ-প্ৰমোদ। ৩৪। পণ ৰখা আৰু জুৱাখেলা। ৩৫। ৰাজ্যত ন্যস্ত হোৱা বা ৰাজ্যৰ দখলত থকা কাৰখানা, ভূমি আৰু ভৱন সমূহ। ৩৭। সংসদৰ দ্বাৰা প্ৰণীত কোনো বিধি সাপেক্ষে ৰাজ্যৰ বিধান মণ্ডললৈ নিৰ্বাচন। ৩৮{ ৰাজ্যৰ বিধান মণ্ডলৰ সদস্য সকলৰ, বিধান সভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ আৰু যদি বিধান পৰিষদ থাকে তেনেহলে তাৰ সভাপতি আৰু উপসভাপতিৰ বেতন আৰু ভাত্তা। ২। সংবিধান (দাচত্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ ৰ ধাৰা ৫৭ ৰ দ্বাৰা (৩-১-১৯৭৭ ৰ পৰা) প্ৰবিষ্টি নং ১১, ১৯ আৰু ২০ লোপ কৰা হৈছে। ২। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৮ ধাৰাৰ দ্বাৰা প্ৰবিষ্টি ৫২’ৰ পৰিৱৰ্তে প্ৰতিষ্ঠাপিত। ৩। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৬ ধাৰাৰ দ্বাৰা প্ৰবিষ্টিনং ৩৬ লোপ কৰা