পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৩০ ভাৰতৰ সংবিধান সপ্তম অনুসূচী ৩৯ [ বিধান সভাৰ আৰু ইয়াৰ সদস্য সকলৰ আৰু সমিতি সমূহৰ, আৰু যদি বিধান পৰিষদ থাকে তেনেহলে সেই পৰিষদৰ আৰু তাৰ সদস্য সকৰ আৰু সমিতি সমূহৰ ক্ষমতা বিশেষাধিকাৰ আৰু উক্তি সমূহ; ৰাজ্য বিধান মণ্ডলব সমিতি সমূহত সাক্ষ্য দিবলৈ বা দস্তাবেজ দাখিল কৰিবলৈ ব্যক্তি সকলৰ উপস্থিতি বাধ্য কৰোৱা। ৪০। ৰাজ্যৰ মন্ত্ৰীসকলৰ বেতন আৰু ভাত্তা। ৪১। ৰাজ্যৰ লোক সেৱা সমূহ; বুজিব লোক সেৱা আয়োগ। ৪২। লাজ্যৰ ভাৱসব বেতন, অৰ্থাৎ ৰাজ্যৰ দ্বাৰা বা ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা দিবলগীয়া অৱসৰ বেতন সমূহ। ৪৩। বাজ্যৰ ৰাই-ঋণ। ৪৪। মাটিৰ তলত পোৱা ধন-দৌলত।... ৪৫। বাজস্ব নিৰ্দ্ধাৰণ আৰু সংগ্ৰহক অন্তৰ্ভুক্ত কৰি ভূ-বাজস্ব, ভূ-অভিলেখ ৰক্ষা, ৰাজস্ব আৰু অধিকাৰ-অভিলেখৰ প্ৰয়োজনৰ বাবে জৰীপ আৰু বাজস্বব অন্যসংক্ৰমণ। ৪৬। কৃষিজাত আয়ৰ ওপৰত কব। ৪৭। কৃয়ি-ভূমিৰ উত্তৰাধিকাৰ সম্পূৰ্কত শুল্ক। ৪৮। কৃষি-ভূমিৰ সম্পৰ্কত সম্পদা শুল্ক। ৪৯। ভূমি আৰু ভৱনৰ ওপৰত কৰ। ৫০ | খনিজ উন্নয়নৰ সম্বন্ধত সংসদে বিধিৰ দ্বাৰা আৰোপ কৰা কোনো পৰিসীমা সাপেক্ষে খনিজ অধিকাৰৰ ওপৰত কৰ। ৫১। ৰাজ্যত প্ৰস্তুত বা উৎপাদিত নিম্ন লিখিত বস্তুবোৰৰ ওপৰত উৎপাদন শুল্ক আৰু ভাৰতৰ অন্য ঠাইত প্ৰস্তুত বা উৎপাদিত অনুৰূপ,বস্তুবোবব-ওপৰত সেই একেহাৰত-বা তাতকৈ কম হাৰত প্ৰতিও - (ক) মানৱ উপভোগৰ বাবে মদ্যসাবিক-পানীয়, (খ) আফিং, ভাং, আৰু অন্যান্য নিদ্ৰাকৰ্ষক ভেযজ আৰু নিদ্ৰাকৰ্ষক দ্ৰব্য সমূহ; কিন্তু মদ্যসাৰ অথবা এই প্ৰবিবি (খ) উপদফাত অন্তৰ্ভুক্ত যিকোনো পদাৰ্থ অন্তৰ্বিষ্ট ঔষধীয় আৰু প্ৰসাধনীয় প্ৰস্তুতি ইয়াৰ অন্তৰ্ভুক্ত নহব। ৫২। কোনো স্থানীয় অঞ্চললৈ উপভোগ, ব্যৱহাৰ বা বিক্ৰয়ৰ বাবে অহা বস্তুব প্ৰৱেশৰ ওপৰত ৫৩। বিজুলী শক্তিৰ উপভোগ বা বিক্ৰয়ৰ ওপৰত কৰ।

  • [৫৪। সূচী- ১ ৰ প্ৰবিষ্টি-৯২ - ক'ৰ উপবন্ধ সমূহৰ সাপেক্ষে, বাতৰি কাকতৰ বাহিৰে আন,

বস্তুৰ বিক্ৰয় বা ক্ৰয়ৰ ওপৰত কৰ।] . ৫৫। বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপন [ আৰু আকাশ-বাণী বা দূৰদৰ্শনৰ দ্বাৰা প্ৰসাৰিত বিজ্ঞাপনৰ ] বাহিৰে আন বিজ্ঞাপনৰ ওপৰত কৰ। .. ১। সংবিধান (যষ্ঠ সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২ ধাৰাৰ দ্বাৰা মূল প্ৰবিষ্টি ৫৪ ৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত। ২২। সংবিধান (দ্বাচত্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ ৰ ধাৰা ৫৭ ব দ্বাৰা (৩-১-১৯৭৭ ৰ পৰা) অন্তঃস্থাপিত।