পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান তৃতীয় অনুসূচী ..., IV উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষকৰ দ্বাৰালবলগীয়া শপত বা প্ৰতিজ্ঞানৰ প্ৰপত্ৰ – “মই ক, খই ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতি (বা ন্যায়াধীশ) (বা ভাৰতৰ নিয়ন্ত্ৰক- ঈশ্বৰৰ নামত শপত খাই কওঁ মহালেখা পৰীক্ষক) ৰূপে নিযুক্ত হোৱাত নিষ্ঠাসহকাবে প্ৰতিজ্ঞা কৰো যে, বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা-পোষণ কৰিম, [ মই ভাৰতৰ প্ৰভূত্ব আৰু অখণ্ডতা অক্ষুন্ন ৰাখিম, ] ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ-সম্যক ৰূপে আৰু . শ্ৰদ্ধাপূৰ্বক আৰু মোৰ পূৰ্ণযোগ্যতা, জ্ঞান আৰু-বিবেক অনুসাৰে মোৰ পদকৰ্তব্য পালন কৰিম আৰু সংবিধান আৰু বিধি, সমূহৰ মৰ্য্যাদা ৰক্ষা কৰিম।” . ৰাজ্যৰ মন্ত্ৰীৰ বাবে পদৰ শপত প্ৰপত্ৰ – ‘মেই ক, খই। ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ • নিষ্ঠা সহকাৰে প্ৰতিজ্ঞা কুৰৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোযণ কৰিম,[মই ভাৰতৰ প্ৰভূত্ব আৰু অখণ্ডতা অক্ষুঃৰাখিম] আৰু মই শ্ৰদ্ধাপূৰ্বক আৰু শুদ্ধ অন্তঃকৰণৰ সৈতে.. ৰাজ্যৰ মন্ত্ৰী স্বৰূপে মোৰ কৰ্ত্তব্য নিবহন কৰিম আৰু ভয় বা পক্ষপাত,অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু বিধি অনুসাৰে সকলো প্ৰকাৰৰ লোকসমূহৰ প্ৰতি ন্যায় আচৰণ কৰিম।” VI ৰাজ্যৰ মন্ত্ৰীৰ বাবে গোপনীয়তাৰ শপত প্ৰপত্ৰ - ঈশ্বৰৰ নামত শপত খাই কওঁ “মই ক,খই নিষ্ঠা সহকাবে প্ৰতিজ্ঞা কৰে যে, মন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ উচিত নিৰ্বহনৰ কাৰণে আৱশ্যক হোৱাৰ বাহিৰে মই এনে যিকোনো বিষয় যিটোনেকি মোৰ বিচাৰ্যৰ কাৰণে অনা ৰাজ্যৰ মন্ত্ৰী স্বৰূপে মোৰ জ্ঞাত হব, তাক কোনো ব্যক্তি বা ব্যক্তি সমূহক প্ৰত্যক্ষ বা পৰোক্ষভাবে সূচিত বা প্ৰকট নকৰিম।” [VII হব বা ক ৰাজ্যৰ বিধান মণ্ডৰ নিৰ্বাচনৰ বাবে হোৱা প্ৰাৰ্থীৰ দ্বাৰা লবলগীয়া শপত বা প্ৰতিজ্ঞানৰ প্ৰপত্ৰ ঃ “মই ক, খই বিধান সভাৰ (বা বিধান পৰিষদৰ) এক আসন পূৰাবৰ বাবে প্ৰাৰ্থীৰূপে মনোনীত ঈশ্বৰৰ নামত শপত খাই কওঁ হোৱাত নিষ্ঠা সহকাৰে প্ৰতিজ্ঞা কৰো যে, বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম আৰু মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুন্ন ৰাখিম।” ১। সংবিধান (ষষ্ঠদশ সংশোধন) অধিনিয়ম, ১৯৬৩ ৰ ৫ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত। ২। সংবিধান (ষষ্ঠদশ সংশোধন) অধিনিয়ম, ১৯৬৩ৰ ৫ ধাৰাৰ দ্বাৰা প্ৰপত্ৰ ‘VI’ৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত। !