পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অনুসূচী [ অনুচ্ছেদ ৭৫(৪), ৯৯, ১২৪ (৬), ১৪৮ (২), ১৬৪ (৩), ১৮৮ আৰু ২১৯] শপত বা প্ৰতিজ্ঞানৰ প্ৰপত্ৰ ! 3 সংঘৰ মন্ত্ৰীৰ বাবে পদ শপতৰ প্ৰপত্ৰ —- ঈশ্ববৰ নামত শপত খাই কওঁ “মই ক, খই, নিষ্ঠা সহকাৰে প্ৰতিজ্ঞা কৰো, যে, বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোযণ কৰিম,[ মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুন্ন ৰাখিম, ] মই সংঘৰ মন্ত্ৰী স্বৰূপে মোৰ কৰ্তব্য শ্ৰদ্ধা পূৰ্বক আৰু শুদ্ধ অন্তঃকৰণৰ সৈতে নিবহন কৰিম আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু বিধি অনুসাৰে সকলো প্ৰকাৰৰ লোকসমূহৰ প্ৰতি ন্যায় আচৰণ কমি।” 11 সংঘৰ মন্ত্ৰীৰ বাবে গোপনীয়তাব শপতৰ প্ৰপত্ৰ ---. ঈশ্বৰৰ নামত শপত খাই কওঁ মই ক, খই, নিষ্ঠা সহকাৰে প্ৰতিজ্ঞা কৰে যে, মন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ উচিত নিৰ্বহনৰ কাৰণে আৱশ্যক হোৱাৰ বাহিৰে মই এনে যিকোনো বিষয় যিটোনেকি মোৰ বিচাৰ্য্যৰ কাৰণে অনা হব বা সংঘব মন্ত্ৰী স্বৰূপে মোৰ জ্ঞাত হব, তাক কোনো ব্যক্তি বা ব্যক্তি সমূহক প্ৰত্যক্ষ বা পৰোক্ষ ভাবে সূচিত বা প্ৰকট নকৰিম” ক সংসদ নিৰ্বাচনৰ বাবে হোৱা প্ৰাৰ্থীৰ দ্বাৰা লবলগীয়া শপত বা প্ৰতিজ্ঞানৰ প্ৰপত্ৰ ও “ মই ক, খই বজ্যিসভাৰ (বা লোক সভাৰ) এক আসন পূৰাবৰ বাবে প্ৰাৰ্থীৰূপে মনোনীত ঈশ্বৰৰ নামত শপত খাই কওঁ হোৱাত নিষ্ঠা সহকাৰে প্ৰতিজ্ঞা কৰো। যে, বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম আৰু মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুন্ন ৰাখিম।” সংসদ সদস্যৰ দ্বাৰা লবলগীয়া শপত বা প্ৰতিজ্ঞানৰ প্ৰপত্ৰ ও “মই ক, খই ৰাজ্যসভাৰ (বা লোক সভাৰ) সদস্য নিৰ্বাচিত (বা মনোনীত) ঈশ্বৰৰ নামৰ্ত শপত খাই কও হোৱাত নিষ্ঠা সহকাৰে প্ৰতিজ্ঞা কৰে। -যে, বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম, মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুন্ন ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিহন কৰিম”। !

  • অনুচ্ছেদ ৮৪ (ক) আৰু ১৭৩ (ক) ও চাওঁক।

১। সংবিধান (যষ্ঠদশ সংশোধন) অধিনিয়ম, ১৯৬৩ ৰ ৫ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত। ২। সংবিধান (যষ্ঠদশ সংশোধন) অধিনিয়ম, ১৯৬৩ ৰ ৫ ধাৰাৰ দ্বাৰা প্ৰপত্ৰ ll ৰ পৰিৱৰ্ত্তে

  • প্ৰতিষ্ঠাপিত।