পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অনুচ্ছেদ পৃষ্ঠা, পঞ্চদশ ভাগ; নিৰ্বাচন ৩২৪। নিৰ্বাচনসমূহৰ অধীক্ষণ, নিৰ্দেশন আৰু নিয়ন্ত্ৰণ এক নিৰ্বাচন আয়োগৰ ওপৰত ন্যস্ত হ'ব৷ ১৩৬ ৩২৫] ধৰ্ম,জাতি, বৰ্ণ বা লিংগৰ আধাৰত কোনো নিৰ্বাচক নামাৱলীৰ অন্তৰ্ভূক্ত হ'বলৈ কোনো ব্যক্তি অপাত্ৰ নহ'ব বা কোনো বিশেষ নিৰ্বাচক নামাৱলীৰ অন্তৰ্ভুক্ত হ'বৰ কাৰণে দাবী কৰিব নোৱাৰিব। ১৩৬ ৩২৬। লোক সভাৰ আৰু ৰাজ্যসমূহৰ বিধান সভাৰ নিৰ্বাচন বয়স্ক ভোটাধিকাৰ ভিত্তিত হ’ব। ৩২৭। বিধান মণ্ডলসমূহৰ নিৰ্বাচনৰ সম্বন্ধত উপবন্ধ প্ৰস্তুত কৰিবলৈ সংসদৰ ক্ষমতা। ১৩৮. ৩২৮। কোনো ৰাজ্যৰ বিধান মণ্ডলৰ নিৰ্বাচনৰ সম্বন্ধত উপবন্ধ কৰিবলৈ সেই বিধান মণ্ডলৰ ক্ষমতা।

১৩৭

নিৰ্বাচন সম্বন্ধীয় বিষয়ত ন্যায়ালৰ হস্তক্ষেপৰ ওপৰত বাধা। ১৩৭ ৩২৯ ক। [ নিৰসিত] ১৩৭ . ১৩৭ ৩৩০। ১৩৮ ৩৩১। ষষ্ঠদশ ভাগ কিছুমান শ্ৰেণীৰ সম্পৰ্কে বিশেষ উপবন্ধসমূহ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিসমূহৰ কাৰণে লোকসভা আসনৰ আৰক্ষণ। ১৩৯ লোক সভাত এংল’ ইণ্ডিয়ান সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব। ৰাজ্যসমূহৰ বিধান সভাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিসমূহৰ কাৰণে আৰক্ষিত আসন। ৰাজ্যসমূহৰ বিধান সভাত এংল’ ইণ্ডিয়ান সম্প্ৰদায় প্ৰতিনিধিত্ব। ১৪০ আসনৰ আৰক্ষণ আৰু বিশেষ প্ৰতিনিধিত্ব পঞ্চাশ বছৰৰ পিছত অন্ত পৰিব। সেৱা আৰু পদত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ দাবী। ১৪১ ", কিছুমান সেৱাত এংল’ ইণ্ডিয়ান সম্প্ৰদায়ৰ বাবে বিশেষ উপবন্ধ। ১৪১ এংল’ ইণ্ডিয়ান সম্প্ৰদায়ৰ হিতৰ বাবে শিক্ষামূলক অনুদান সম্পৰ্কে বিশেষ . ৩৩২ ১৩৯ ৩৩৩!! ১৪০ ৩৩৪ | -৩৩৫। ৩৩৬। ৩৩৭। উপবন্ধ। ১৪১ ১৪২ ১৪৩ ৩৩৮। ৰাষ্ট্ৰীয় অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি আয়োগ। ৩৩৯। অনুসূচিত অঞ্চলবোৰৰ প্ৰশাসনৰ ওপৰত-আৰু অনুসূচিত জনজাতিসমূহৰ কল্যাণৰ বিষয়ত সংঘৰ নিয়ন্ত্ৰণ। অনুন্নত শ্ৰেণীসমূহৰ অৱস্থাৰ অনুসন্ধান কৰিবলৈ আয়োগৰ নিযুক্তি। অনুসূচিত জাতিসমূহ: . ৩৪২। অনুসূচিত জনজাতিসমূহ। ৩৪০। '১৪ ৪ ৩৪১। ১৪৪ ১৪৪