পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ত ] অনুচ্ছেদ পৃষ্ঠা চতুৰ্দশ ভাগ সংঘ আৰু ৰাজ্যসমূহৰ অধীনস্থ সেৱাসমূহ প্ৰথম অধ্যায় - সেৱাসমূহ। ৩০৮ | নিৰ্বচন। ৩০৯। ৩১০। ৩১১। ১২৬ সংঘৰ বা কোনো ৰাজ্যৰ সেৱা কৰা ব্যক্তিসকলৰ ভৰ্ত্তি আৰু সেৱাৰ চৰ্ত্তসমূহ। ১২৬ সংঘৰ বা কোনো ৰাজ্যৰ সেৱা কৰা ব্যক্তিসকলৰ কাৰ্যকাল। সংঘৰ বা কোনো ৰাজ্যৰ অধীনত অসামৰিক সামৰ্থ্যৰে নিযুক্ত হোৱা ব্যক্তিৰ পদচ্যুতি, পদৰ পৰা অপসাৰণ বা পদমৰ্যাদা হ্ৰাসকৰণ। সৰ্বভাৰতীয় সেৱাসমূহ। কোনো কোনো সেৱাৰ পদাধিকাৰীসকলৰ সেৱাৰ চৰ্ত্তসমূহ পৰিবৰ্ত্তন বা প্ৰতিসংহৰণ কৰিবলৈ সংসদৰ ক্ষমতা। ১২৮ অন্তৱৰ্তী উপবন্ধসমূহ। ৩১২। ৩১২ক। .. ৩১৩। ৩১৪। নিৰসিত ] দ্বিতীয় অধ্যায় – লোক সেৱা আয়োগ। ৩১৫। ৩১৬। ৩১৭ | ৩১৮ | সংঘৰ আৰু ৰাজ্যসমূহৰ কাৰণে লোক সেৱা আয়োগসমুহ। সদস্যসকলৰ নিযুক্তি আৰু পদাৱধি। ১৩০ কোনো লোক সেৱা আয়োগৰ কোনো সদস্যৰ অপসাৰণ আৰু নিলম্বন। ১৩০ আয়োগৰ সদস্যসকলৰ আৰু কৰ্মচাৰীবৃন্দৰ সেৱাৰ চৰ্তসমূহৰ বিষয়ে বিনিয়ম প্ৰণয়নৰ ক্ষমতা। ১৩১ আয়োগৰ সদস্যসকলে তেনে সদস্য পদৰ সমাপ্তিত আন পদ ধাৰণ কৰা নিষেধ। ১৩১ লোক সেৱা আয়োগসমূহৰ কৃত্যসমূহ। লোক সেৱা আয়োগৰ কৃত্যসমূহৰ বিস্তাৰ কৰাৰ ক্ষমতা। ১৩৩ লোক সেৱা আয়োেগসমূহৰ ব্যয়। লোক সেৱা আয়োগসমূহৰ প্ৰতিবেদনসমূহ। ৩২০ ৩২১। ৩২২। . ৩২৩। চতুৰ্দশ ক’ভাগ ন্যায়াধিকৰণ ১৩৪ ৩২৩ক। প্ৰশাসনিক ন্যায়ধিকৰণ। ৩২৩খ। অন্য বিষয়ৰ বাবে ন্যায়াধিকৰণ।