পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৃষ্ঠা অনুচ্ছেদ সপ্তদশ ভাগ ৰাজভাষা ১৪৬ প্ৰথম অধ্যায় --সংঘৰ ভাষা ৩৪৩। সংঘৰ ৰাজ ভাষা। ১৪৫ ১৪৫ ৩৪৪। ৰাজ ভাষাৰ সম্বন্ধত আয়োগ আৰু সংসদৰ সমিতি। দ্বিতীয় অধ্যায় আঞ্চলিক ভাষাসমূহ ৩৪৫। কোনো ৰাজৰি ৰাজ ভাষা বা ভাযাসমূহ। ৩৪৬। এখন ৰজা আৰু আন এখনৰ মাজত অথবা এখন ৰাজ্য আৰু সংঘৰ মাজত ১৪৬ .. যোগাযোগৰ বাবে ৰজি ভাষা। ৩৪৭। কোনো ৰাজ্যৰ লোক সংখ্যাৰ কোনো এভাগৰ দ্বাৰা কথিত ভাষাৰ সম্পৰ্কত ১৪৬ বিশেষ উপৱন্ধ। তৃতীয় অধ্যায় --উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয় আদিব'ভাযা ৩৪৮। উচ্চতমন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহত তথা অধিনিয়ম, বিধেয়ক আদিত ব্যৱহাৰ কৰিবলগীয়া ভাষা। ১৪৬ ৩৪৯। ভাষাসম্বন্ধীয় কোনো কোনো বিধি অধিনিয়মিত কৰিবৰ বাবে বিশেষ প্ৰক্ৰিয়া। ১৪৭ চতুৰ্থ অধ্যায়'—বিশেষ নিৰ্দেশাবলী অভিযোগ মোচনৰ কাৰণে দিয়া অভিবেদনসমূহত ব্যৱহাৰ কৰিবলগীয়া ভাষা। ১৪৭ ৩৫০ক। প্ৰাথমিক স্তৰত মাতৃভাষাত শিক্ষাদানৰ বাবে সুবিধাসমূহ। ১৪৭ ৩৫০খ। ভাষিক সংখ্যালঘুসকলৰ বাবে বিশেষ পদাধিকাৰী। ১৪৮ ৩৫১। হিন্দী ভাষাৰ উন্নয়নৰ অৰ্থে নিৰ্দেশ। ১৪৮ ৩৫২। ৩৫৩। ৩৫৪। অষ্টাদশ ভাগ সংকটকালীন উপবন্ধসমূহ সংকট অৱস্থাৰ উদ্ঘোষণ। ১৪৯ সংকট কালীন অৱস্থাৰ উদ্ঘোযণীৰ প্ৰভাৱ। সংকট-অৱস্থাৰ উদ্ঘোষণবলবৎ থকাসময়ত ৰাজস্ব বিতৰণসম্পৰ্কীয় উপবন্ধৰ প্ৰয়োগ। বৈদেশিক আক্ৰমণ আৰু আভ্যন্তৰীণ অশান্তিৰ বিৰুদ্ধে ৰাজ্যসমূহক ৰক্ষা কৰা সংঘৰ কৰ্ত্ত। ১৫১ ৰাজ্যসমূহত সাংবিধানিক যন্ত্ৰ ব্যৰ্থ হোৱা বিষয়ক উপবন্ধ। অনুচ্ছেদ ৩৫৬ৰ অধীনত জাৰি কৰা উদ্ঘোষাণাৰ অধীনত বিধায়িনী ক্ষমতা প্ৰয়োগ। সংকটৰ সময়ত অনুচ্ছেদ ১৯ৰ উপবন্ধসমূহৰ নিলম্বন। সংকট কালত তৃতীয় ভাগৰ দ্বাৰা প্ৰদত্ত অধিকাৰসমূহৰ বলবঙ্কৰণ নিলম্বন।১৫৪ ৩৫৫। ৩৫৭ |! ১৫৪ ৩৫৮।