পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ১৮১ প্ৰথম অনুসূচী নাম ৰাজ্যক্ষেত্ৰ সমূহ [৪। গুজৰাট বোম্বে পুনৰ্গঠন অধিনিয়ম, ১৯৬০ ৰ ৩ ধাৰাৰ (১) উপধাৰাত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰ সমূহ।] ৫ |কেৰেলা ৬। মধ্যপ্ৰদেশ ৩[৭ | তামিল নাড়ু ] ৰাজ্য পুনৰ্গঠন অধিনিয়ম, ১৯৫৬ৰ৫ ধাৰাৰ (১) উপধাৰাত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰসমূহ। ৰাজ্য পুনৰ্গঠন অধিনিয়ম,১৯৫৬ৰ ৯ ধাৰাৰ (১) উপধাৰাত [আৰু ৰাজস্থান আৰু মধ্যপ্ৰদেশ (ৰাজ্যক্ষেত্ৰৰ হস্তান্তৰণ) অধিনিয়ম,১৯৫৯ৰ প্ৰথম অনসূচীত] বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰসমূহ। এই সংবিধানৰ প্ৰাৰম্ভণিৰ ঠিক পূৰ্ব্বে মাদ্ৰাজ প্ৰদেশত সমাবিষ্ট অথবা সেই প্ৰদেশৰ ভাগ বুলি প্ৰশাসিত হোৱা ৰাজ্যক্ষেত্ৰ সমূহ আৰু ৰাজ্য পুনৰ্গঠন অধিনিয়ম, ১৯৫৬ ৰ ৪ ধাৰাত,[আৰু অন্ধ্ৰপ্ৰদেশ আৰু মাদ্ৰাজ ( সীমা পৰিৱৰ্ত্তন) অধিনিয়ম,১৯৫৯ ৰ দ্বিতীয় অনুসূচীত] বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰ সমূহ; কিন্তু অন্ধ্ৰ ৰাজ্য অধিনিয়ম,১৯৫৩ ৰ ৩ ধাৰাৰ (১) উপধাৰাত আৰু ৪ ধাৰাৰ (১) উপধাৰাত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰসমূহ; আৰু * [ৰাজ্য পুনৰ্গঠন অধিনিয়ম, ১৯৫৬ৰ ৫ ধাৰাৰ (১) উপধাৰাৰ (খ) খন্ডত আৰু ৬ ধাৰাত আৰু ৭ ধাৰাৰ (১) উপধাৰাৰ (ঘ) খন্ডত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰ সমূহ আৰু অন্ধ্ৰ প্ৰদেশ আৰু মাদ্ৰাজ (সীমা পৰিৱৰ্ত্তন) অধিনিয়ম,১৯৫৯ ৰ প্ৰথম অনুসুচীত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰ সমূহ ইয়াৰ বহিৰ্ভূত হব।] ৰাজ্য পুনৰ্গঠন অধিনিয়ম, ১৯৫৬ ৰ ৮ ধাৰাৰ (১) উপধাৰাত বিনিৰ্দিষ্টৰাজ্যক্ষেত্ৰ সমূই, কিন্তু বোম্বে পুনৰ্গঠন অধিনিয়ম, ১৯৬০ ৰ ৩ ধাৰাৰ (১) উপধাৰাত বিৰ্নিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰ সমূহ ইয়াৰ বহিৰ্ভূত হব।] [৮ | মহাৰাষ্ট্ৰ ১। বোম্বে পুনৰ্গঠন অধিনিয়ম, ১৯৬০ (১৯৬০ ৰ:১১) ৰ ৪ ধাৰাৰ দ্বাৰা মুল ৪ নং প্ৰবিষ্টিৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত (১-৫-৬০ তাংৰ পৰা)। ২। ৰাজস্থান, আৰু মধ্যপ্ৰদেশ (ৰাজ্যক্ষেত্ৰৰ হস্তান্তৰণ) অধিনিয়ম, ১৯৫৯ ৰ ৪ ধাৰাৰ দ্বাৰা অন্ত:স্থাপিত(১-১০-৫৯ তাংৰ পৰা) ৩। মাদ্ৰাজ ৰাজ্য (নাম পৰিৱৰ্তন) অধিনিয়ম,১৯৬৮ ৰ ৫ ধাৰাৰ দ্বাৰা ‘৭’ মাদ্ৰাজৰ সলনি প্ৰতিষ্ঠাপিত (১৪-১-৬৯ তাংৰ পৰা)। 81 অন্ধ্ৰ প্ৰদেশ আৰু মাদ্ৰাজ (সীমা পৰিৱৰ্তন) অধিনিয়ম, ১৯৫৯ ৰ৬ ধাৰাৰ দ্বাৰা অন্তস্থাপিত (১-৪-৬০ তাংৰ পৰা)। অন্ধ্ৰ প্ৰদেশ আৰু মাদ্ৰাজ ( সীমা পৰিৱৰ্তন) অধিনিয়ম, ১৯৫৯ ৰ ৬ ধাৰাৰ দ্বাৰা কিছুমান শব্দৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত (১-৪-৬০ তাংৰ পৰা)। ৬। বোম্বেপুনৰ্গঠন অধিনিয়ম,১৯৬০ (১৯৬০ ৰ ১১) ৰ ৪ ধাৰাৰ দ্বাৰা অন্ত:স্থাপিত (১-৫-৬০ তাংৰ পৰা)।