পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮২ ভাৰতৰ সংবিধান প্ৰথম অনুসূচী নাম ৰাজ্যক্ষেত্ৰ সমূহ

  • [৯। কৰ্ণাটক ]

[10] উৰিষ্যা ১১।] পঞ্জাৱ ৰাজ্য পুনৰ্গঠন অধিনিয়ম,১৯৫৬৭ ধাৰাৰ(১) উপধাৰাত বিনিৰ্দিষ্টৰাজ্যক্ষেত্ৰ সমূহ, কিন্তু অন্ধ্ৰপ্ৰদেশআৰু মহীশুৰ (ৰাজ্যক্ষেত্ৰ হস্তান্তৰণ) অধিনিয়ম,১৯৬৮ ৰ অনুসুচীত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰ ইয়াৰ বহিৰ্ভুত হব।] এই সংবিধানৰ প্ৰাৰম্ভণিৰ ঠিক পূৰ্বে উৰিষ্যা প্ৰদেশত সমাবিষ্ট অথবা সেই প্ৰদেশৰ ভাগ বুলি প্ৰশাসিত হোৱা ৰাজ্যক্ষেত্ৰ সমূহ। ৰাজ্য পুনৰ্গঠন অধিনিয়ম, ১৯৫৬ ৰ ১১ ধাৰাত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰ সমুহ আৰু অৰ্জিত ৰাজ্যক্ষেত্ৰসমুহ (বিলয়ন) অধিনিয়ম, ১৯৬০ ৰপ্ৰথম অনুসূচীৰ ২য় ভাগত নিৰ্দেশিত ৰাজ্যক্ষেত্ৰ সমুহ] [ কিন্তু সংবিধান (নৱম সংশোধন) অধিনিয়ম, ১৯৬০ ৰ প্ৰথম অনুসূচীৰ ২য় ভাগত নিৰ্দেশিত ৰাজ্যক্ষেত্ৰ সমূহ ] [ আৰু পঞ্জাৱ পুনৰ্গঠন অধিনিয়ম, ১৯৬৬ ৰ৩ ধাৰাৰ(১) উপধাৰাত, ৪ ধাৰাত আৰু ৫ ধাৰাৰ (১) উপধাৰাত বিনিৰ্দিষ্টৰাজ্যক্ষেত্ৰ সমূহইয়াৰ বহিৰ্ভূত হব। ১২।] ৰাজস্থান ১৩] উত্তৰ প্ৰদেশ ৰাজ্য পুনৰ্গঠন অধিনিয়ম, ১৯৫৬ ৰ ১০ ধাৰাত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰ সমূহ '[ কিন্তু ৰাজস্থান আৰু মধ্যপ্ৰদেশ (ৰাজ্যক্ষেত্ৰৰ হস্তান্তৰণ) অধিনিয়ম, ১৯৫৯ৰ প্ৰথম অনুসূচীত বিনিদ্দিষ্টৰাজ্যক্ষেত্ৰ সমূহইয়াৰ বহিৰ্ভূত হব।

  • [এই সংবিধানৰ প্ৰাৰম্ভণিৰ ঠিক পূৰ্ব্বে হয় যুক্ত প্ৰদেশ

নামে জ্ঞাত প্ৰদেশত সমাবিষ্ট অথবা সেই প্ৰদেশৰ ভাগৰূপে প্ৰশাসিত হোৱা ৰাজ্যক্ষেত্ৰসমূহ, বিহাৰ আৰু উত্তৰ প্ৰদেশ (সীমা পৰিবৰ্ত্তন) অধিনিয়ম, ১৯৬৮ৰ ধাৰা ৩ উপধাৰা (১)(খ) খণ্ডত বিনিদ্দিষ্ট ৰাজ্যক্ষেত্ৰসমূহ আৰু হাৰিয়ানা ১। মহীশূৰ ৰাজ্য (নাম পৰিৱৰ্ত্তন) অধিনিয়ম, ১৯৭৩ৰ ৫ধাৰাৰ দ্বাৰা ‘৯ মহীশূৰৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত (১-১১-৭৩ তাংৰ পৰা)। ২} অন্ধ্ৰপ্ৰদেশ আৰু মহীশূৰ (ৰাজ্যক্ষেত্ৰ হস্তান্তৰণ) অধিনিয়ম, ১৯৬৮ (১৯৬৮ ৩৬)ৰ ৪ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত (১-১০-৬৮ তাংৰ পূৰা)। ৩। বোম্বে পুনৰ্গঠন অধিনিয়ম, ১৯৬০ৰ ৪ ধাৰাৰ দ্বাৰা ৰ পৰা ১৪লৈ এই প্ৰবিষ্টি সমূহ ৯ৰ পৰা ১৫ বুলি পুনঃঅংকিত কৰা হৈছে (১-৫-৬০ তাংৰ পৰা)। ৪।অৰ্জিত ৰাজ্যক্ষেত্ৰ (বিলয়ন) অধিনিয়ম, ১৯৬০ (১৯৬০ৰ ৬৪)ৰ ৪ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত (১৭-১-৬১ তাংৰ পৰা)। ৫| সংবিধান (নৱম সংশোধন) অধিনিয়ম, ১৯৬০ৰ ৩ ধাৰাৰ দ্বাৰা সংযোজিত (১৭-১-৬১ তাংৰ পৰা)। ৬। পঞ্জাব পুনৰ্গঠন অধিনিয়ম; ১৯৬৬ (১৯৬৬ৰ ৩১)ৰ ৭ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত (১-১১- ৬৬ তাংৰ পৰা)। ৭| ৰাজস্থান আৰু মধ্যপ্ৰদেশ (ৰাজ্যক্ষেত্ৰৰ হস্থান্তৰণ) অধিনিয়ম, ১৯৫৯ (১৯৫৯ ৪৭)ৰ ৪ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত (১-১০-৫৯ তাংৰ প্ৰা)। ৮। বিহাৰ আৰু উত্তৰ প্ৰদেশ (সীমা পৰিবৰ্ত্তন) অধিনিয়ম, ১৯৬৮ (১৯৬৮ৰ ২৪)ৰ ৪ ধাৰাৰ দ্বাৰা প্ৰতিষ্ঠাপিত (১০-৬-৭০) তাংৰ পৰা)। ৯। হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ (সীমা পৰিৱৰ্ত্তন) অধিনিয়ম, ১৯৭৯(১৯৭৯ৰ ৩১)ৰ ধাৰা ৫ৰ দ্বাৰা (১৫-৯-১৯৮৩ৰ পৰা পূৰ্ববৰ্তী প্ৰবিষ্টিৰ স্থানত প্ৰতিষ্ঠাপিত।