পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সংকটৰ সময়ত অনুচ্ছেদ ১৯উপবন্ধ সমূহ নিলম্বন। ১৪ ভাৰতৰসংবিধান অষ্টাদশ ভাগ-সংকটকালীন উপবন্ধ সমূহ অনুচ্ছেদ ৩৫৮-৩৫৯

৩৫৮।[(১)] [ যেতিয়ানেকি যুদ্ধ বা বহিঃ আক্ৰমণৰ দ্বাৰা ভাৰতৰ বা ইয়াৰ ৰাজ্যক্ষেত্ৰৰ কোনো

ভাগৰ নিৰাপত্তা বিপন্ন হোৱা বুলি ঘোষণা কৰি দিয়া সংকটকালীন উদূঘোষণা প্ৰৱৰ্তিত হৈ থাকে] তেতিয়া অনুচ্ছেদ ১৯‘ব কোনো কথাই এনে কোনো বিধি প্ৰণয়ন কৰিবলৈ অথবা এনে কোনো কাৰ্য্যথালিকা ব্যৱস্থা লবলৈ তৃতীয় ভাগত যথা পৰিভাষিত বজ্যিৰ ক্ষমতাৰ ওপৰত নিবন্ধন আৰোপ নকৰে যিবিলাক বিধি বা কাৰ্য সেই ভাগত অন্তৰ্বিষ্ট উপবন্ধসমূহনথকাহেঁতেন ৰাজ্যইকৰিবলৈ সক্ষম হ'লহেঁতেন, কিন্তু এনেভাৱে প্ৰণীত যিকোনো বিধি, ইতিপূৰ্ব্বেকবা হোৱা বাকৰিবলৈ বাদ দিয়া বিষয় সমূহৰ বাহিৰে আন আন বিষয়ত উদঘোষণাৰ প্ৰৱৰ্তন নোহোৱা হোৱাৰ লগে লগেইঅক্ষমতাৰ মাত্ৰা পৰ্যন্ত প্ৰভাৱহীন হবঃ [ পৰস্তু, ‘[ যেতিয়া এনে সংকটকালীন উদঘোষণা] ভাৰতৰ ৰাজ্যক্ষেত্ৰব কোনো ভাগতহে মাত্ৰ প্ৰৱৰ্তিত হৈ থাকে, তেতিয়াও সংকটকালীন উদূঘোষণা প্ৰৱৰ্তিত হৈনথকা কোনো ৰাজ্যত বা সংঘ ৰাজ্যক্ষেত্ৰত বা তাৰ সম্পূৰ্কত এই অনুচ্ছেদৰ অধীনত এনে কোনো বিধি প্ৰণয়ন কৰিব পাৰিব বা এনে কোনো কাৰ্যপালিকা ব্যৱস্থা লব পাৰিব যদিহে আৰু যি পৰ্য্যন্ত সংকটকালীনউঘোষণা প্ৰৱৰ্তিত হৈ থকা ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত বা তাৰ সম্পৰ্কত ঘটি থকা কাৰ্যকলাপৰ দ্বাৰা ভাৰতৰ বা ইয়াৰ ৰাজ্যক্ষেত্ৰৰ কোনো ভাগৰ নিৰাপত্তা বিপন্ন হয়।]

  • [ (২) খণ্ড (১)ৰ কোনো কথাই –

. (ক) এনে কোনো বিধিৰ ক্ষেত্ৰ প্ৰযোজ্য নহব য'ত এই বুলি উল্লেখনাথাকে যে এনে বিধি ইয়াক প্ৰণয়ন কৰাৰ সময়ত প্ৰৱৰ্তিত হৈ থকা সংকট অৱস্থাৰ উঘোষণবি সম্বন্ধে কৰা হৈছে: বা (খ) এনে কোনো কাৰ্যপালিকা কাৰ্য্যবাহীৰ ক্ষেত্ৰত প্ৰযোজ্য নহব যি কাৰ্য্যবাহী এনে উল্লেখ অন্তৰ্বিষ্ট থকা বিধিৰ সুধীনত ব্যতিবেকে আন্যথা লোৱা হয়।] ৩৫৯(১) যি সময়ত সংকটকালীন উদ্ঘঘাষণা প্ৰৱৰ্তিত হৈ থাকে তেতিয়া ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা ঘোষণা কৰিব পাৰে যে সেই আদেশত যথা উল্লিখিত তৃতীয় ভাগৰ (অনুচ্ছেদ ২০ আৰু ২১ ব বাহিৰে দ্বাৰা প্ৰদত্ত এনে কোনোধিকাৰ সমূহ বলবৎকৰাৰ কাৰণে কোনো ন্যায়ালয়ৰ ওচৰত উত্থাপন কৰাৰ অধিকাৰ আৰু তেনে ভাবে উল্লেখ কৰা অধিকাৰ সমূহ বলবৎকবিবৰ কাৰণে কোনো ন্যায়ালয়ত বিচাৰাধীন হৈ থকা কোনো কাৰ্যবাহী উঘোষণা বলবৎ থকা কালছোৱাত অথবা সেই আদেশত যথা বিৰ্নিৰ্দিষ্ট কৰি দিয়া মতে তেনে কোনো কম সময়ৰ বাবে স্থগিত হৈ থাকিব। সংকটকালত তৃতীয় ভাগৰ দ্বাৰা প্ৰদত্ত অধিকাৰ সমূহৰ বলবঙ্কৰণনিলম্বন।

১।সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ৩৯ ৰ দ্বাৰা অনুচ্ছেদ ৩৫৮ ক খণ্ড (১).বুলি,পুনঃ অংকিত কৰা হৈছে (২০-৬-৭৯ তাংৰ পৰা)। ২। উক্ত অধিনিয়মৰ উক্ত ধাৰাৰ দ্বাবা সংশোধিত (২০-৬-৭৯ তাংৰ পৰা)। ৩।সংবিধান (দ্বাচত্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ ধাৰা ৫২ৰদ্বাৰা-অন্তঃস্থাপিত (৩-১-

৭:তাংৰ পবা)।

৪। সংবিধান (চতুচৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ৩৯ ৰ দ্বাৰা “যেতিয়া কোনো সংকটকালীন উঘোষণা” পদাৱলীৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত (২০-৬-৭৯ তাংৰ পৰা)। ", ৫.সংবিধান (চতুঃচৰিংশসংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ৩৯ ৰদ্বাৰা অন্তঃস্থাপিত (২০- ৬-৭৯ তাংৰ পবা)।

.৬। সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ ৰধাৰা ৪০ ৰ দ্বাৰা (অনুচ্ছেদ ২০

আৰু ২১ব বাহিৰে কথাখিনি অন্তঃস্থাপিত কৰা হৈছে (২০-৬-৭৯তাংৰ পৰা)।