পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১[ পঞ্চদশ ভাগ নিৰ্বাচন নিৰ্বাচন সমূহৰ অধীক্ষন, ৩২৪। (১) এই সংবিধানৰ অধীনত সঁংসদৰ আৰু প্ৰত্যেক ৰাজ্যৰ বিধান মণ্ডলৰ আৰু নিৰ্দেৰ্শন আৰু নিয়ন্ত্ৰণ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি পদৰ বাবে হোৱা সকলো নিৰ্বাচনৰ নিৰ্বাচক নামাৱলী প্ৰস্তুতিৰ আৰু

  • * *] এক আয়োগৰ

এক নিৰ্বাচন আয়োগৰ সকলো নিৰ্বাচনৰ পৰিচালনাৰ অধীক্ষণ, নিৰ্পেৰ্শন আৰু নিয়ন্ত্ৰণ * * * ওপৰত (যাক এই সংবিধানত নিৰ্বাচন আয়োগ বুলি উল্লেখ কৰা হৈছে) ন্যস্ত থাকিব। ওপৰত ন্যস্ত হব। (২) নিৰ্বাচন আয়োগ মুখ্য নিৰ্বাচন আয়ুক্ত আৰু যদিহে থাকে, বাষ্ট্ৰপতিয়ে সময়ে : সময়ে নিয়ত কৰি দিয়া যিকোনো সংখ্যক অন্যান্য নিৰ্বাচন আয়ুক্ত সকলৰে গঠিত হব আৰু সেই সম্পৰ্কত সংসদৰ দ্বাৰা প্ৰণীত কোনো বিধিৰ উপবন্ধ সমূহৰ অধীনে, মুখ্য নিৰ্বাচন আয়ুক্তৰ আৰু আন নিৰ্বাচন আয়ুক্ত সকলৰ নিযুক্তি ৰাষ্ট্ৰপতিৰ দ্বাৰা কৰা হব। (৩) যেতিয়ানেকি আন কোনো নিৰ্বাচন আয়ুক্ত এনে ভাবে নিযুক্ত হয় তেতিয়া মুখ্য নিৰ্বাচন আয়ুক্তই নিৰ্বাচন আয়োগৰ সভাপতি ৰূপে কাৰ্য্য কৰিব। (৪) লোকসভা আৰু প্ৰত্যেক ৰাজ্যৰ বিধান সভাৰবাবে হোৱা প্ৰত্যেক সাধাৰণ নিৰ্বাচনৰ পূৰ্বে আৰু বিধান পৰিষদ থকা প্ৰত্যেক ৰাজ্যৰ বিধান পৰিষদৰ বাবে হোৱা প্ৰথম সাধাৰণ নিৰ্বাচনৰ পূৰ্বে আৰু তাৰ পিচত এনে পৰিষদৰ প্ৰত্যেক দ্বিবাৰ্ষিক নিৰ্বাচনৰ পূৰ্ব্বে, ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন আয়োগৰ লগত পৰামৰ্শ কৰি খণ্ড (১) ৰ দ্বাৰা আয়োগৰ ওপৰত অৰ্পিত কৃত্যসমূহ পালনৰ কাৰণে নিৰ্বাচন আয়োগক সহায় কৰিবলৈ তেওঁ আৱশ্যক বুলি ভবা মতে কোনো আঞ্চলিক আয়ুক্তও নিযুক্ত কৰিব পাৰে। (৫) সংসদৰ দ্বাৰা প্ৰণীত কোনো বিধিৰ উপবন্ধ সমূহৰ সাপেক্ষে নিৰ্বাচন আয়ুক্ত আৰু আঞ্চলিক আয়ুক্ত সকলৰ সেৱাৰ চৰ্ত্ত আৰু পদাৱধি এনে ধৰণৰ হব যিটোনেকি ৰাষ্ট্ৰপতিয়ে নিয়মৰ দ্বাৰা নিৰ্ধাৰিত কৰে ঃ পুৰন্তু, উচ্চতম ন্যয়ালয়ৰ কোনো ন্যায়াধীশক যি ৰীতিৰে আৰু যিবোৰ কাৰণত তেওঁৰ পদৰ পৰা অপসাৰিত কৰিব পাৰি তাৰ অনুৰূপৰীতি আৰু কাৰণ ব্যতিৰেকে মুখ্য নিৰ্বাচন আয়ুক্তক তেওঁৰ পদৰ পৰা অপসাৰিত কৰিব নোৱাৰিব আৰু মুখ্য নিৰ্বাচন আয়ুক্তৰ সেৱাৰ চৰ্ত্তসমূহ তেওঁৰ নিযুক্তিৰ পিচত তেওঁৰ প্ৰতিকূলে পৰিবৰ্তন কৰিব নোৱাৰিব ৪ অধিকন্তু, আন কোনো নিৰ্বাচন আয়ুক্ত বা কোনো আঞ্চলিক আয়ুক্ত মুখ্য নিৰ্বাচন আয়ুক্তৰ চুপাৰিছ বিনা পদৰ পৰ| অপসাৰিত নহব। (৬) যেতিয়ানেকি সেই মৰ্মে নিৰ্বাচন আয়োগে অনুৰোধ জনায়, তেতিয়া ৰাষ্ট্ৰপতিয়ে বা কোনো ৰাজ্যৰ ৰাজ্যপালে lিe sy: * * * *] খণ্ড (১) ৰ দ্বাৰা নিৰ্বাচন আয়োগৰ ওপৰত অৰ্পিত কৃত্যসমূহ নিৰ্ব্বহনৰ কাৰণে আৱশ্যক হোৱা অনুসৰি কৰ্মচাৰীবৃন্দ নিৰ্বাচন আয়োগক বা কোনো আঞ্চলিক আয়ুক্তক যোগোৱাৰ দিহা কৰিব। ধৰ্ম, জাতি, বৰ্ণ বা ৩২৫। সংসদৰ যিকোনোটো সদনলৈ অথবা কোনো ৰাজ্যৰ বিধান মণ্ডলৰ সদনলৈ বা লিংগৰ আধাৰত যিকোনোটো সদনলৈ নিৰ্বাচনৰ কাৰণে প্ৰত্যেক প্ৰাদেশিক নিৰ্বাচন ক্ষেত্ৰৰ বাবে মাত্ৰ এখন সাধাৰণ কোনো নিৰ্বাচক নিৰ্বাচক নামাৱলী থাকিব আৰু কেৱল ধৰ্ম, জাতি, বৰ্ণ, লিংগৰ আধাৰত বা ইয়াৰ যিকোনো এটাৰ নামাৱলীৰ অন্তৰ্ভুক্ত আধাৰত কোনো ব্যক্তিয়ে এনে যিকোনো নিৰ্বাচন ক্ষেত্ৰৰ বাবে এনে নামাৱলীৰ অন্তৰ্ভুক্ত হবলৈ হবলৈ কোনো ব্যক্তি অপাত্ৰ নহব বা কোনো বিশেষ নিৰ্বাচক নামাৱলীৰ অন্তভুক্ত হবৰ কাৰণে দাবী কৰিব নোৱাৰিব। অপাত্ৰ নহব বা কোনো বিশেষ নিৰ্বাচক নামাবলীৰ অন্তৰ্ভুক্ত হবৰ কাৰণে দাবী কৰিব নোৱাৰিব। ১। সংবিধান (ঊনবিংশ সংশোধন) অধিনিয়ম, ১৯৬৬ ৰ ২ ধৰাৰ দ্বাৰা “লগতে সংসদ আৰু ৰাজ্যসমূহৰ বিধান মণ্ডল বিলাকৰ নিৰ্বাচনত বা তাৰ সম্বন্ধত উদ্ভৱ হোৱা সন্দেহ বা বিবাদ সমূহৰ নিৰ্ণয়ৰ কাৰণে নিৰ্বাচন ন্যায়াধিকৰণৰ নিযুক্তিকে ধৰি” এই শব্দসমূহ লোপ কৰা হৈছে। ২।সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰা আৰুতানুসূচীৰ দ্বাৰ| “বাবাজপ্ৰমুখ” শব্দসমূহ লোপ কৰা হৈছে।