পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ১৩৭ পঞ্চদশ ভাগ - নির্বাচন অনুচ্ছেদ ৩২৬-৩২৯ ক ৩২৬। লােক সভা আৰু প্রত্যেক ৰাজ্যৰ বিধান সভাৰ নিৰ্বাচন বয়স্ক ভােটাধিকাৰৰ ভিত্তিত লােক সভাৰ আৰু হব; অর্থাৎ যি ব্যক্তি ভাৰতৰ নাগৰিক আৰু সমুচিত বিধান মণ্ডলৰ কোনাে বিধিৰ দ্বাৰা বা অধীনত ৰাজ্য সমূহৰ বিধান সেই সম্পর্কত নিয়ত কৰি দিয়া কোনাে এটা তাৰিখত যাব বয়স [ওঠৰ বছৰ ৰকম নহয়, আৰু সভাব নির্বাচন বয়স্ক অনিবাস, চিত্ত-বিকৃতি, অপৰাধ বা ভ্রষ্ট অথবা অবৈধাচৰণৰ কাৰণত এই সংবিধানৰ অধীনত বা ভােটাধিকাৰৰ ভিত্তিত সমুচিত বিধান মন্ত্রৰ দ্বাৰা প্রণীত কোনো বিধিৰ অধীনত যি অন্যথা অর্নহ হােৱা নাই, তেনে

  • প্রত্যেক ব্যক্তি এনে যিকোনাে নিৰ্বাচনত ভােটদাতা হিচাপে পঞ্জীবদ্ধ হােৱাৰ হক্ দাৰ হব।

৩২৭। সংসদৰ যিকোনোটো সদনলৈ বা কোনাে ৰাজ্যৰ বিধান মণ্ডলৰ সদনলৈ বা যিকোনােটো বিধান মণ্ডলসমূহৰ সদনলৈ নিৰ্বাচন সম্পর্কীয় বা জড়িত সকলাে বিষয়ৰ সম্বন্ধত আৰু লগতে নির্বাচক নামাৱলীৰ নিৰ্বাচনব সম্বন্ধত প্রস্তুতি, নির্বাচন ক্ষেত্রসমূহৰ পৰিসীমন আৰু এনে সদন বা সদনসমূহৰ.যথাবিহিত গঠনৰ কাৰণে উপবন্ধ প্রস্তুত কৰিবলৈ আৱশ্যক হােৱা আন সকলাে বিষয়ৰ সম্বন্ধত এই সংবিধানৰ উগবন্ধৰ অধীনে সংসদে সময়ে সময়ে সংসদৰ ক্ষমতা। বিধিৰ দ্বাৰা উপবন্ধ কৰিব পাবে। ৩২৮। এই সংবিধানব উপবন্ধৰ অধীনে আক সেই সম্পর্কত সংসদে উপবন্ধ প্রস্তুত নকৰা কোনাে ৰাজ্যৰ বিধান পৰ্য্যন্ত কোনাে বাজার বিধান মণ্ডলে সময়ে সময়ে বিধিৰ দ্বাৰা সেই বাঙৰ বিধান মণ্ডলৰ সদনৰ বা মণ্ডলব নির্বাচন যিকোনােটো সদনৰ নিৰ্বাচন সম্পর্কীয় বা জড়িত সকলো বিষয়ৰ সম্বন্ধত আৰু লগতে নির্বাচক নামাৱলীৰ প্রস্তুতি আৰু এনে সদন বা সদন সমূহৰ যথাবিহিত গঠনৰ কাৰণে আৱশ্যক হােৱা আন সম্বন্ধত উপবন্ধ সকলাে বিষয়ব সম্বন্ধত'উপবন্ধ কৰিব পাবে। কৰিবলৈ সেই বিধান মণ্ডলৰ ক্ষমতা। ৩২৯।[ এই সংবিধানত যিকোনাে কথা থাকা সত্ত্বেও '[ * * * নির্বাচন সম্বন্ধীয় বিষয়ত ন্যায়ালয়ৰ (ক) নির্বাচন ক্ষেত্ৰৰ পৰিসীমন বা এনে নির্বাচন ক্ষেত্রত আসনৰ বিতৰণ সম্পর্কে অনুচ্ছেদ হস্তক্ষেপৰ ওপৰত বাধা। ৩২৭ বা অনুচ্ছেদ ৩২৮ ব অধীনত কৰ বা কৰা বুলি অভিপ্রেত কোনো বিধিৰ বৈধতা সম্পর্কে কোনাে ন্যায়ালয়ে প্রশ্ন কৰিব নোৱাৰিব। (খ) সমুচিত বিধান মণ্ডৰ দ্বাৰা প্রণীত বিধিৰ দ্বাৰা বা অধীনত যথা উপবন্ধিত প্ৰাধিকাৰীৰ ওঁচৰত যথা উপবন্ধিত বীতি অনুসৰি দিয়া নিৰ্বাচন আবেদনৰ তাবিহনে সংসদৰ যিকোনােটো সদনৰ বাবে অথবা কোনাে বাজৰ বিধান মণ্ডলৰ সদনৰবা যিকোনােটো সদনৰ বাবে হােৱা কোনাে নিৰ্বাচন সম্পর্কে কোনাে প্রশ্ন তুলিব নােৱাৰিব। ৩২৯ ক। [প্রধান মন্ত্রী আৰু অধ্যক্ষৰ ক্ষেত্ৰত সংসদলৈ নিৰ্বাচন সম্পর্কীয় বিশেষ উপবন্ধ।] সংবিধান (ঊনচত্বাবিংশ সংশোধন).অধিনিয়ম, ১৯৭৫ বু ধাৰা ৪ ৰ দ্বাৰা অন্তঃস্থাপিত কিন্তু, সংবিধান (চতুঃচত্বাবিংশ সংশােধন) অধিনিয়ম, ১৯৭৮ ব বাবা ৩৬ ৰ দ্বাৰা নিবসিত (২০-৬-৯৭ তাংৰ-পৰা)। ১। সংবিধান (একষট্টিতম সংশােধন) অধিনিয়ম, ১৯৮৮ ব বাবা ২ ব দ্বাৰা “একৈশ বছৰৰ বাবে প্রতিষ্ঠাপিত। ২। সংবিধান (ঊনচবিংশ সংশোধন) অধিনিয়ম, ১৯৭৫ ব ধাব| ৩ ৰ দ্বাবা প্রতিষ্ঠাপিত। ৩। সংবিধান (চতুঃচবিংশ সংশােধন) অধিনিয়ম, ১৯৭৮ ৰ ধাৰা ৩৫ ৰ দ্বাৰা “কিন্তু অনুচ্ছেদ ৩২৯ ক ব উগবন্ধ সমূহৰ সাপেক্ষে” এই কথাখিনি লোপ কৰা হৈছে।