পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৃষ্ঠা ৯৪ ৯৪ [১] অনুচ্ছেদ ২৪৩জ। পঞ্চায়তসমূহৰ দ্বাৰা কৰসমূহ আৰোপিত কৰাৰ ক্ষমতাৱলী আৰু নিধিসমূহ। ২৪৩ঝ। বিত্তীয় অৱস্থাৰ পুনৰীক্ষণৰ বাবে বিত্ত আয়োগ গঠন। ২৪৩ঞ। পঞ্চায়তসমূহৰ হিচাপ পৰীক্ষা। ২৪৩ট। পঞ্চায়তসমূহৰ নিৰ্বাচন। ২৪৩ঠ। সংঘ ৰাজ্য ক্ষেত্ৰসমূহত প্ৰয়োগ। ২৪৩ড। এই ভাগ কিছুমান ক্ষেত্ৰত প্ৰয়োগ নহ'ব। ২৪৩ট। বিদ্যমান বিধিসমূহ আৰু পঞ্চায়তসমূহ চলি থাকিব। ২৪৩ণ। নিৰ্বাচন সম্বন্ধীয় বিষয়সমূহত ন্যায়ালয়সমূহৰ হস্তক্ষেপত বাধা। ৯৭ ৯৮ ৯৮ ১০০ ১০০ নৱম ‘ক’ ভাগ পৌৰ সভা ২৪৩ত। পৰিভাষা ২৪৩। পৌৰ সভাৰ গঠন। ২৪৩দ। পৌৰ সভাৰ বিৰচনা। ২৪৩ধ। ৱাৰ্ড সমিতিসমূহ ইত্যাদিৰ গঠন আৰু বিৰচনা। ২৪৩ন। আসনসমূহৰ আৰক্ষণ। ২৪৩প। পৌৰসভাসমূহৰ ম্যাদ ইত্যাদি। ২৪৩ফ। সদস্য পদৰ বাবে অনহত। ২৪। পৌৰ সভাসমূহ ইত্যাদিৰ ক্ষমতাৱলী, প্ৰাধিকাৰ আৰু দায়িত্বসমূহ। ২৪৩ভ। পৌৰ সভাৰ দ্বাৰা কৰ আৰোপ কৰাৰ ক্ষমতা আৰু ইয়াৰ নিধিসমূহ। ২৪৩ম। বিত্ত আয়োগ। ২৪৩য। পৌৰ সভাসমূহৰ হিচাপ পৰীক্ষা। ২৪৩যক। পৌৰসভাসমূহৰ নিৰ্বাচন। ২৪৩যখ। সংঘ ৰাজ্যক্ষেত্ৰসমূহত প্ৰয়োগ। ২৪৩াগ। এই ভাগ কিছুমান ক্ষেত্ৰত প্ৰয়োগ নহ'ব। ২৪৩যঘ। জিলা যোজনাৰ বাবে সমিতি। ২৪৩যঙ। মহানগৰ যোজনাৰ বাবে সমিতি। ২৪৩যচ। বিদ্যমান বিধিসমূহ আৰু পৌৰসভাসমূহ চলি থাকিব। ২৪৩যছ। নিৰ্বাচন সম্বন্ধীয় বিষয়সমূহত ন্যায়ালয়সমূহৰ হস্তক্ষেপত বাধা। ১০০ ১০০ ১০১ ১০১ ১০১ ১০১ ১০১ ১০২ ১০৩ ১০৩ দশম ভাগ অনুসূচিত আৰু জনজাতি ক্ষেত্ৰসমূহ অনুসূচতি ক্ষেত্ৰ আৰু জনজাতি ক্ষেত্ৰসমূহৰ প্ৰশাসন। অসমৰ কোনো কোনো জনজাতি ক্ষেত্ৰক লৈ এখন স্বায়ত্ত শাসিত ৰাজ্যৰ গঠন আৰু তাৰ বাবে স্থানীয় বিধান মণ্ডল বা মন্ত্ৰী পৰিষদ অথবা দুয়োটাৰে সৃষ্টি। ২৪৪। ১০৪ ২৪৪ক। ১০৪