পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৃষ্ঠা ৮০ bro [t] অনুচ্ছেদ বিধিমান্যতা। ২৩৪। ন্যায়িক সেৱাত জিলা ন্যায়াধীশৰ বাহিৰে অন্য লোেকৰ ভৰ্ত্তি। ২৩৫। অধীনস্থ ন্যায়ালয়সমূহৰ নিয়ন্ত্ৰণ। ২৩৬। নিৰ্বচন। ২৩৭। কোনো বিশেষ শ্ৰেণী বা শ্ৰেণীসমূহৰ দণ্ডধিকাৰীসকলৰ ক্ষেত্ৰত এই অধ্যায়ৰ উপবন্ধসমূহৰ প্ৰয়োগ। ৮০ ৮০ . ৮১ সপ্তম ভাগ প্ৰথম অনুসূচীৰ ‘খ’ভাগৰ ৰাজ্যসমূহ। ২৩৮| নিৰসিত। অষ্টম ভাগ সংঘ ৰাজ্য ক্ষেত্ৰসমূহ bo ৮৪ bre ২৩৯ | সংঘ ৰাজ্য ক্ষেত্ৰসমূহৰ প্ৰশাসন। ২৩৯ক। কোনো কোনো সংঘ ৰাজ্য ক্ষেত্ৰৰ বাবে স্থানীয় বিধান মণ্ডলী বা মন্ত্ৰী-পৰিষদ বা দুয়োটাৰে সৃষ্টি। ২৩৯কক। দিল্লীৰ সম্পৰ্কত বিশেষ উপবন্ধসমূহ। ২৩৯কখ। সাংবিধানিক যন্ত্ৰ বিফল হোৱাৰ ক্ষেত্ৰত উপবন্ধ। ২৩৯খ। বিধান মণ্ডলৰ বিৰতিৰ সময়ত অধ্যাদেশ প্ৰখ্যাপিত কৰিবলৈ প্ৰশাসন ক্ষমতা। ২৪০ | কোনো কোনো সংঘ ৰাজ্যক্ষেত্ৰৰ বাবে বিনিয়ম প্ৰণয়ন কৰিবলৈ ৰাষ্ট্ৰপতিৰ ক্ষমতা। ২৪১। সংঘ ৰাজ্যক্ষেত্ৰসমূহৰ বাবে উচ্চ ন্যায়ালয়। ২৪২। { নিৰসিত ] ৮৬ ৮৭ ৯০ নৱম ভাগ পঞ্চায়তসমূহ ২৪৩। পৰিভাষা। ২৪৩ক। গাঁওসভা। ২৪৩খ। পঞ্চায়তসমুহৰ গঠন। ২৪৩গ। পঞ্চায়তসমুহৰ বিৰচনা। ২৪৩ঘ। আসনসমূহৰ আৰক্ষণ। ২৪৩। পঞ্চায়তসমূহৰ ম্যাদ ইত্যাদি। ২৪৩চ। সদস্য পদ অনীতা। ২৪ছ। পঞ্চায়তসমূহৰ ক্ষমতাৱলী, প্ৰাধিকাৰ আৰু দায়িত্বসমূহ।