পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অনুচ্ছেদ
পৃষ্ঠা
[ড]



একাদশ ভাগ

সংঘ আৰু ৰাজ্যসমূহৰ সম্বন্ধ

প্ৰথম অধ্যায় বিধায়িনী সম্বন্ধ বিধায়িনী ক্ষমতাৰ বিতৰণ ২৪৫। সংসদ তথা ৰাজ্যৰ বিধান মণ্ডলসমূহৰ দ্বাৰা প্ৰণীত বিধিৰ বিস্তৃতি। ২৪৬। সংসদৰ দ্বাৰা আৰু ৰাজ্যৰ বিধান মণ্ডলসমূহৰ দ্বাৰা প্ৰণীত বিধিৰ বিষয়বস্তু। ১০৬ ২৪৭} কিছুমান অতিৰিক্ত ন্যায়ালয় স্থাপনৰ কাৰণে উপবন্ধ কৰিবলৈ সংসদৰ ক্ষমতা। ২৪৮| বিধি প্ৰণয়নৰ অবশিষ্ট ক্ষমতাসমূহ। ১০৬ ২৪৯। ৰাষ্ট্ৰীয় স্বাৰ্থত ৰাজ্যসূচীৰ কোনো বিষয়ৰ সম্বন্ধত সংসদৰ বিধি প্ৰণয়ন কৰাৰ ক্ষমতা। ২৫০ সংকট অৱস্থাৰ উঘোষণা প্ৰৱৰ্ত্তিত থকা সময়ত ৰাজ্য-সূচীৰ কোনো বিষয়ত সংসদৰ বিধি প্ৰণয়ন কৰাৰ ক্ষমতা। ১০৭ ২৫১। অনুচ্ছেদ ২৪৯ আৰু ২৫০ ৰ অধীনত সংসদৰ দ্বাৰা কৃত বিধি আৰু ৰাজ্যিক বিধান মণ্ডলৰ দ্বাৰা কৃত বিধিৰ মাজত অসংগতি। ১৭ সন্মতিক্ৰমে দুই বা ততোধিক ৰাজ্যৰ কাৰণে সংসদৰবিধি প্ৰণয়ন কৰাৰ ক্ষমতা আৰু তেনে বিধি আন যি কোনো ৰাজ্যৰ গ্ৰহণ। ১০৭ আন্তঃ ৰাষ্ট্ৰীয় কৰাৰ সমূহ প্ৰভাৱী কৰিবৰ অৰ্থে বিধান। ১০৮ ২৫৪। সংসদৰ দ্বাৰা কৰা বিধি আৰু ৰাজ্যিক বিধান মণ্ডলসমূহৰ দ্বাৰা কৰা বিধিৰ মাজত অসংগতি। ১০৮ ২৫৫ চুপাৰিছ আৰু পূৰ্ব মঞ্জুৰীৰ প্ৰয়োজনীয়তা কেবল প্ৰক্ৰিয়াৰ বিষয় বুলি ধৰা হ'ব। ১০৮ দ্বিতীয় অধ্যায় –প্ৰশাসনীয় সম্বন্ধ সাধাৰণ ২৫৬। ৰাজ্যসমূহৰ আৰু সংঘৰ বাধ্য বাধকতা। ১০৮ ২৫৭। কোনো কোনো বিষয়ত ৰাজ্যসমূহৰ ওপৰত সংঘৰ নিয়ন্ত্ৰণ। ১০৯ ২৫৭ক। [ নিৰসিত ] ১০৯ ২৫৮ | কোনো কোনো বিষয়ত ৰাজ্যৰ ওপৰত ক্ষমতা আদি প্ৰদান কৰিবলৈ সংঘৰ। ক্ষমতা। ১০৯ ২৫৮ক। সংঘৰ ওপৰত কৃত্যসমূহ ন্যস্ত কৰিবলৈ ৰাজ্যসমূহৰ ক্ষমতা। ১০৯ ২৫৯। [ নিৰসিত ] ১১০ ২৬০। ভাৰতৰ বাহিৰৰ ৰাজ্যক্ষেত্ৰ সম্পৰ্কে সংঘৰ ক্ষেত্ৰাধিকাৰ। ১১০ ২৬১। সাৰ্বজনিক কাৰ্য্য, অভিলেখ আৰু ন্যায়িক কাৰ্য্যবাহীসমূহ। পানী সম্পৰ্কীয় বিবাদ ২৬২। আন্তঃ ৰাজ্যিক নদী বা উপত্যকাৰ পানী সম্পৰ্কে বিবাদৰ ন্যায় নিৰ্ণয়। ১১০ ৰাজ্যসমূহৰ মাজত সমন্বয়। ২৬৩। আন্তঃ ৰাজ্যিক পৰিষদ সম্বন্ধে উপবন্ধাৱলী। ১১০ ১১০