পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১১ দ্বাদশ ভাগ বিত্ত, সম্পত্তি, সংবিদা আৰু বাদসমূহ প্ৰথম অধ্যায় – বিত্ত সাধাৰণ [ ২৬৪৷ এই ভাগত বিত্ত আয়োগ মানে অনুচ্ছেদ ২৮০ ৰ অধীনত গঠিত বিত্ত নিৰ্বাচন। আয়োগ বুজাব।] বিধিৰ প্ৰাধিকাৰ ২৬৫ বিধিৰ প্ৰাধিকাৰ নোহোৱাকৈ কোনো কৰ আৰোপিত বা সংগৃহীত হব ব্যতিৰেকে কৰ নোবাৰিব। আৰোপিত হব নোৱাৰিব। ২৬৬ (১) অনুচেছদ, ২৬৭ৰ উপবন্ধ সমূহৰ আৰু কোনো কোনো কৰ আৰু শুষ্কৰ ভাৰতৰ আৰু শুদ্ধ আগমৰ পূৰ্ণতঃ বা ভাগতঃ ৰাজ্য সমূহক অৰ্পণ কৰা সম্বন্ধ এই অধ্যায়ৰ উপবন্ধ ৰাজ্যসমূহৰ সঞ্চিত সমূহৰ সাপেক্ষে, ভাৰত চৰকাৰে পোৱা সকলো ৰাজস্ব, ট্ৰেজাৰী বিলৰ প্ৰচলন কৰি সেই নিধি আৰু চৰকাৰে গোটোৱা সকলো ঋণ, ঋণ অথবা অৰ্থোপায়ৰ অগ্ৰিম ধন (ওবেজ এণ্ড লোকলেখা। মিঞ্চএডুভাঞ্চে) আৰু ঋণ পৰিশোধন স্বৰূপে সেই চৰকাৰে পোৰা সকলো ধনু গোট খুবাই এটা সঞ্চিত নিধি তৈয়াৰ কৰিব যিটোনেকি ‘ভাৰতৰ সঞ্চিত নিধি বুলি অভিহিত হব, আৰু এখন ৰাজ্যৰ চৰকাৰে পোৱা সকলো ৰাজস্ব, ট্ৰেজাৰী বিলৰ প্ৰচলনৰ দ্বাৰা সেই চৰকাৰে গোটোবা সকলো ঋণ, ঋণ অথবা অৰ্থোপায়ৰ অগ্ৰিম ধন আৰু ঋণ পৰিশোধ স্বৰূপে সেই চৰকাৰে পোৱা সকলো ধন গোট খুবাই এটা সঞ্চিত নিধি তৈয়াৰ কৰিব যিটোনেকি 'ৰাজ্যখনৰ সঞ্চিত নিধি' বুলি অভিহিত হব। (২) ভাৰত চৰকাৰৰ অথবা কোনো ৰাজাৰ চৰকাৰৰ দ্বাৰা বা তেওঁলোকৰ হকে প্ৰাপ্ত হোবা আনসকলো ৰাজহুৱা ধন যথাস্থিতি মতে ভাৰতৰ লোক লেখাত বা ৰাজ্যখনৰ লোক লেখাত জমা হব। (৩) ভাৰতৰ সঞ্চিত নিধিৰ পৰা অথবা ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা কোনো ধন, বিধি অনুসাৰ ব্যতিৰেকে আৰু এই সংবিধানত উপবন্ধিত প্ৰয়োজন আৰ ৰীতি ব্যতিৰেকে বিনিয়োগ নকৰিব। ২৬৭ (১) সংসদে বিধিৰ দ্বাৰা 'অগ্ৰদায় ৰূপে, ভাৰতৰ আকস্মিকতা নিধি নাম দি এটি আকস্মিকতা আকস্মিকতা নিধি স্থাপন কৰিব পাৰে য'তনেকি সময়ে সময়ে এনে বিধিৰ দ্বাৰা যথানিৰ্ধাৰিত নিধি। ৰাশিৰ ধন জমা কৰা হব আৰু অনবেক্ষিত ব্যয় পূৰণৰ প্ৰয়োজনৰ বাবে, অনুচ্ছেদ ১৯৫ বা অনুচ্ছেদ ১১৬ ব অধীনত সংসদে বিধিৰ দ্বাৰা এনে ব্যয় প্ৰাধিকৃত কৰাৰ সাপেক্ষে, ৰাষ্ট্ৰপতিয়ে এনে নিধিৰ পৰা অগ্ৰিম ধন দিব পৰাকৈ উক্ত নিধিটো ৰাষ্ট্ৰপতিৰ ব্যবস্থাধীনত থাকিব। (২) কোনো ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা অগ্ৰদায় ৰূপে ৰাজ্যখনৰ আকস্মিকতা নিধি নাম দি এটি আকস্মিকতা নিধি স্থাপন কৰিব পাৰে য'ত নেকি, সময়ে সময়ে এনে বিধিৰ দ্বাৰা যথা নিৰ্ধাৰিত ৰাশিৰ ধন জমা কৰা হব আৰ অনবেক্ষিত ব্যয় পূৰণৰ প্ৰয়োজনৰ বাবে, অনুচ্ছেদ ২০৫ বা ২০৬ৰ অধীনত ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা এনে ব্যয় প্ৰাধিকৃত কৰাৰ সাপেক্ষে, ৰাজ্যপালে এনে নিধিৰ পৰা অগ্ৰিম ধন দিব পৰাকৈ উক্ত নিধিটো ৰাজ্যপালৰ ২ [ * * ] ব্যবস্থাধীনত থাকিব। ১ সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ধাৰা ২৯ আৰু অনুসূচীৰ দ্বাৰা ২৬৪ অনুচ্ছেদৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত। ২ সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ধাৰা ২৯ আৰু অনুসূচীৰ দ্বাৰা বা ৰাজপ্ৰমু খ' শবদ লোপ কৰা হৈছে।