পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ১০৯ একাদশ ভাগ - সংঘ আৰু ৰাজ্যসমূহৰ সম্বন্ধ অনুচ্ছেদ ২৫৭-২৫৮ ২৫৭।(১) প্ৰত্যেক ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা এনে ভাবে প্ৰয়োগ কৰি যাতে, সংঘৰ কোনো কোনো। কাৰ্যপালিকা ক্ষমতা প্ৰয়োগত প্ৰতিবন্ধকনঘটায় বা প্ৰতিকূল প্ৰভাৱ নেপেলায় আৰু সংঘৰকাৰ্যপালিকা বিষয়ত ক্ষমতা কোনো ৰাজ্যৰ প্ৰতি এনে নিৰ্দেশ দিয়ালৈকে বিস্তৃত হব যিটোনেকি সেই প্ৰয়োজনৰ বাবে ৰাজ্যসমূহৰ ভাৰত চৰকাৰে আৱশ্যকীয় বোধকৰে। ওপৰত সংঘৰ নিয়ন্ত্ৰণ। (২) সংঘৰ কাৰ্যপালিকা ক্ষমতা কোনোৰাজ্যক এনে কোনো যোগাযোগ ব্যৱস্থাৰ নিৰ্মাণ আৰু প্ৰতিপালন কৰিবলৈ নিৰ্দেশ দিয়ালৈকে বিস্তৃত হব যিবিলাকনেকি সেই 'নিৰ্দেশত ৰাষ্ট্ৰীয় বা সামৰিক গুৰুত্ব থকা বুলি ঘোষিত হয়? পৰন্তু, এই খণ্ডৰ কোনো কথাইৰাজপথ বা জলপথ সমূহক ৰাষ্ট্ৰীয় ৰাজপথবাৰাষ্ট্ৰীয় জলপথ বুলি ঘোষণা কৰাত সংসদৰক্ষমতাবা তেনেকৈ ঘোষিত ৰাজপথ বা জলপথৰ সম্বন্ধত সংঘৰ ক্ষমতা অথবা নৌবাহিনী, স্থলবাহিনী আৰু বিমান বাহিনী কৰ্মশালা সম্বন্ধীয়কৃত্যৰ অংশবুলি ভাবি যোগাযোগ ব্যৱস্থাৰ নিৰ্মাণ আৰু প্ৰতিপালন কৰাত সংঘৰ ক্ষমতাৰ নিবন্ধন কৰা বুলি ধৰা নহব। - (৩) সংঘৰ কাৰ্যপালিকা ক্ষমতা কোনো ৰাজ্যৰ ভিতৰত থকা বেলপথ ৰক্ষা কৰাৰ কাৰণে অৱলম্বন কৰিবলগীয়া ব্যৱস্থাৰ নিমিত্তেৰাজ্যখনৰ প্ৰতি নিৰ্দেশ দিয়ালৈকে বিস্তৃত হব। (৪) খণ্ড (২)ৰ অধীনত কোনো যোগাযোগ ব্যৱস্থা নিৰ্মাণ বা প্ৰতিপালন সম্পৰ্কে বা খণ্ড (৩)ৰ অধীনত কোনো বেলপথৰ ৰক্ষা কৰাত অৱলম্বন কৰিবলগীয়া ব্যৱস্থা সম্পৰ্কে ৰাজ্যৰ প্ৰতি দিয়া নিৰ্দেশ পালন কৰোতে তেনে নিৰ্দেশ নিদিয়াহেঁতেন ৰাজ্যৰ সাধাৰণ কৰ্ত্তব্য নিৰ্বহনত হবলগীয়া খৰচতকৈ যদি অতিৰিক্ত খৰচ হয় তেনেহলে সেই ৰাজ্যৰ দ্বাৰা কৰা অতিৰিক্ত খৰচৰ সম্বন্ধত সন্মত হোৱাঅনুসাৰে বা সন্মত অভাবত ভাৰতৰমুখ্যন্যায়াধিপতিৰ দ্বাৰা নিযুক্ত মধ্যস্থৰ দ্বাৰা যথা নিৰ্ধাৰিত পৰিমাণ ভাৰত চৰকাৰৰ দ্বাৰা সেই ৰাজ্যক দিয়া হব। [২৫৭ক। সংঘৰ সশস্ত্ৰ বাহিনী বা অন্যান্য বাহিনী নিয়োগৰ দ্বাৰা ৰাজ্যসমুহলৈ সাহায্য। সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ দ্বাৰা অন্তঃস্থাপিত আৰুসংবিধান (চতুঃচত্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ৩৩ৰ দ্বাৰা নিৰসিত (২০-৬-৭৯ তাংৰ পৰা)। ২৫৮ (১) এই সংবিধানত যি কোনো কথা থকা সত্ত্বেও ৰাষ্ট্ৰপতিয়ে কোনো ৰাজ্যৰ চৰকাৰৰ কোনো কোনো সন্মতিক্ৰমে সংঘৰ কাৰ্যপালিকা ক্ষমতাৰ বিস্তাৰ থকা কোনো বিষয় সম্পৰ্কীয় কৃত্য সমূহ কোনো বিষয়ত ৰাজ্যৰ চত্তসহবা বিনাচত্তে সেই চৰকাৰৰ ওপৰত বাতাৰ পদাধিকাৰীসকলৰ ওপৰত ন্যস্ত কৰিব পাৰে। ওপৰত ক্ষমতা (২) কোনোৰাজ্যৰ প্ৰযোজ্য সংসদৰ দ্বাৰা কৃত কোনো বিধিয়ে, তেনে বিধি সেই ৰাজ্যৰ বিধান মণ্ডলে বিধি প্ৰণয়ন কৰাৰ ক্ষমতা নথকা কোনো বিষয় সম্পৰ্কীয় হোৱা সত্ত্বেও সেই ৰাজ্যৰ বা কৰিবলৈ সংঘৰ তাৰ পদাধিকাৰী সকলৰ বা প্ৰাধিকাৰী সমূহৰ ওপৰত ক্ষমতা প্ৰদান আৰু কৰ্তব্য আৰোপণ কৰিব ক্ষমতা। পাৰে অথবা ক্ষমতা প্ৰদানৰ আৰু কৰ্তব্য আৰোপণৰ বাবে প্ৰাধিকৃত কবিৰ পাৰে। আদিপ্ৰদান (৩) য'ত এই অনুচ্ছেদৰ আধাৰত কোনো ৰাজ্যৰবা ইয়াৰ পদাধিকাৰীসকলৰবা প্ৰাধিকাৰী সমূহৰ ওপৰত ক্ষমতা আৰু কৰ্ত্তব্য প্ৰদান বা আৰোপণ কৰা হয় তেতিয়া সেই ৰাজ্যৰ দ্বাৰা সেই ক্ষমতা আৰু কৰ্তব্য সমূহ প্ৰয়োগৰ সম্পৰ্কত প্ৰশাসনত কৰা কোনো অতিৰিক্ত খৰচৰ সম্বন্ধত সন্মত হোৱা অনুসাৰে বা সন্মতৰ অভাৱত ভাৰতৰ মুখ্য ন্যায়াধিপতিয়ে নিযুক্ত কৰা মধ্যস্থৰ দ্বাৰা যথা নিৰ্ধাৰিত পৰিমাণৰ ধনৰাশি ভাৰত চৰকাৰৰ দ্বাৰা সেই ৰাজ্যক দিয়া হব। [ ২৫৮ক। এই সংবিধানত যিকোনোকথা থকা সত্ত্বেও, ভাৰত চৰকাৰৰ সন্মতি ক্ৰমে কোনো সংঘৰ ওপৰত ৰাজ্যৰ ৰাজ্যপালে, ভাৰত চৰকাৰক বা তাৰ পদাধিকাৰীসকলক ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা বিস্তৃত কৃত্যসমূহ ন্যস্ত যিকোনো বিষয় সম্বন্ধীয় কৃত্যসমূহ, চৰ্ত্তসহ বা বিনাচৰ্ত্তেন্যস্ত কৰিব পাৰে। কৰিবলৈ ৰাজ্যসমূহৰক্ষমতা। ১। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ধাৰা ১৮ৰ দ্বাৰা অন্তঃস্থাপিত।