পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০০ ভাৰতৰ সংবিধান নৱম ক ভাগ-পৌৰসভা -অনুচ্ছেদ ২৪৩ফ- ২৪৩ম সদস্য পদৰ বাবে, ২৪৩ফ। (১) কোনো ব্যক্তি কোনো পৌৰ সভাৰ সদস্য নিৰ্বাচিত হোৱাৰ বাবে আৰু সদস্য অনহত। হোৱাৰ বাবে অনী হব, (ক) যদি তেওঁক সংশ্লিষ্ট ৰাজ্যৰ বিধান মণ্ডলৰ নিৰ্বাচন সমূহৰ প্ৰয়োজনাৰ্থে তৎসময় বলবৎ থকা কোনো বিধিৰ দ্বাৰা বা অধীনত এনেদৰে অন কৰা হয়? পৰন্তু কোনো ব্যক্তি তেওঁৰ বয়স পচিশ বছৰৰ কম হোৱাৰ আধাৰত অননহব যদিহে তেওঁৰ একৈশ বছৰ বয়স হৈছে; (খ) যদি তেওঁক ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত কোনো বিধিৰ দ্বাৰা বা ইয়াৰ অধীনত এনেদৰে অনুৰ্হ কৰা হয়। (২) যদি কোনো পৌৰ সভাৰ কোনো সদস্য খণ্ড (১) ত উল্লিখিত কোনো আনহতাৰ অধীনস্থ হয় নেনহয় এই প্ৰশ্নৰ উদ্ভৱ হয়, তেতিয়া সেই প্ৰশ্ন, এনে প্ৰাধিকাৰীক আৰু এনে ৰীতিৰে, যিটো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা উপবন্ধিত কৰে, বিনিশ্চয়ৰ বাবে নিৰ্দেশিত কৰিব পাৰিব। ২৪৩ব। এই সংবিধানৰ উপবন্ধ সমূহৰ সাপেক্ষে, কোনো ৰাৰ্জৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা,- ইত্যাদিৰ ক্ষমতাৱলী, (ক) পৌৰসভা সমূহক এনে ক্ষমতাৱলী আৰু প্ৰাধিকাৰ প্ৰদান কৰিব পাৰিব যিটো ইয়াক প্ৰাধিকাৰ আৰু দায়িত্ব স্বায়ত্ত শাসনৰ সংস্থা হিচাবে কাৰ্য সম্পাদন কৰাত সমৰ্থ কৰাৰ বাবে আৱশ্যক হয়, আৰু এনে সমুহ। বিধিত পৌৰ সভা সমূহক আৰু এনে চৰ্ত্ত সমূহৰ সাপেক্ষে, যাক ইয়াত বিনিৰ্দিষ্ট কৰা হৈছে, নিম্ন লিখিত সমূহৰ সম্বন্ধত ক্ষমতাৱলী আৰু দায়িত্ব সমূহ অৰ্পন কৰিবলৈ উপবন্ধ কৰিব পাৰিব অৰ্থাৎ (1) আৰ্থিক বিকাশ আৰু সামাজিক ন্যায়ৰ বাবে যোজনা সমূহ প্ৰস্তুত কৰা; (il) এনে কৃত্য সমূহ পালন কৰা আৰু ইয়াক ন্যস্ত কৰা আঁচনি সমূহ কাৰ্য্যান্বিত কৰা যিবোৰৰ ভিতৰত দ্বাদশ অনুসূচীত তালিকাভুক্ত বিষয় সমূহ সম্বন্ধীয় সেই আঁচনি সমূহো আছে। (খ) সমিতি সমূহক, ইয়াক প্ৰদান কৰা দায়িত্ব সমূহ যিবোৰৰ ভিতৰত দ্বাদশ অনুসূচীত তালিকাভুক্ত বিষয় সম্বন্ধীয় সেই দায়িত্ব সমূহো আছে, পালন কৰিবলৈ আৱশ্যক হোৱা তেনে ক্ষমতাৱলী আৰু প্ৰাধিকাৰ প্ৰদান কৰিব পাৰিব। পৌৰ সভাৰ দ্বাৰা কৰ ২৪৩ভ। কোনো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা, আৰোপ কৰাৰ ক্ষমতা আৰু ইয়াৰ নিধি সমূহ। (ক) এনে কৰ, শুল্ক পথ কৰ আৰু মাচুল সমূহ উগ্ৰহণ, সংগ্ৰহণ আৰু বিনিয়োজন কৰাৰ বাবে কোনো পৌৰ সভাক এনে প্ৰক্ৰিয়া অনুসাৰে আৰু এনে পৰিসীমা সাপেক্ষে, প্ৰাধিকৃত কৰিব পৌৰ সভা সমূহ পাৰিব; (খ) ৰাজ্য চৰকাৰৰ দ্বাৰা উগৃহীত আৰু সংগৃহীত এনেকৰ, শুল্ক পথকৰ আৰু মাচুল সমূহ কোনো পৌৰ সভাক, এনে প্ৰয়োজনাৰ্থে আৰু এনে চৰ্তাৱলী আৰু পৰিসীমা সাপেক্ষে ন্যস্ত কৰিব পাৰিব; (গ) ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা পৌৰ সভাৰ বাবে এনে সহায়ক অনুদান দিয়াৰ বাবে উপবন্ধ কৰিব পাৰিব; আৰু (ঘ) পৌৰ সভা সমূহৰ দ্বাৰা বা ইয়াৰ হকে যথাক্ৰমে গ্ৰহণ কৰা সকলো ধন জমা কৰাৰ ‘বাবে এনে নিধি সমূহ গঠন কৰিবলৈ আৰু এনে নিধিৰ পৰা এনে ধন উলিয়াবৰ বাবেও উপবন্ধ কৰিব পাৰিব, যিদৰে বিধিত বিনিৰ্দিষ্ট কৰা হয়। ২৪৩ম। (১) অনুচ্ছেদ ২৪৩, ঝৰ অধীনত গঠিত বিত্ত আয়োগে পৌৰসভা সমূহৰ বিত্তীয় অৱস্থাৰ পুনৰীক্ষণ কৰিব আৰু যি - (ক) (1) ৰাজ্যৰ দ্বাৰা উগৃহীত এনে কৰ, শুল্ক পৃথকৰ আৰু মাচুলসমূহৰ শুদ্ধ আগমৰ ৰাজ্য আৰু পৌৰ সভা সমূহৰ মাজত, যাক এই ভাগৰ অধীনত ইয়াৰ মাজত বিভাজিত কৰিব পৰা বিত্ত আয়োগ।