পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ ভাগ্যপৰীক্ষা মাণি—মই নকৈছিলোঁ. দেণে। ফৰিঙ্গলৈকো কচু এডাল দিছে যেতিয়া, হৰিয়ে এটা জোৰা মাৰিব। পানী-কৈছিলি হয়; ভা। কলি, ভাল লাগিল! হেৰ জেতুক-মাক, তই মোৰ কোনো জনমৰ গোসানী আছলি! মণি-ই! এনে কথা ক'ব নেপায়। মুত্য গীত। পানী-জেতুকা-মাক, আজি বহালে॥ মণি-জেতুকী-বাপেক, আজি বহালে। দুয়ো-আক্তি বহালে, আজি বহাল, আজি বহালে। পানী—ঘৰত নাছি' ফুট। কড়ি মাণি –ধনৰ মোনা আহিল উড়ি দুয়োঘপহ, কৰে কঁাচত পৰিল, ভাল আজি বজালে॥ পানী ধন্য ধন্য পানীৰাম মানী-মাণিকীৰো ল’বা নাম দুয়ো-ঘত বহি এমোন ধন ভাল আজি চপালে॥ পানী—এতিয়া ৰূপগাল ভালকৈ এঠাইত লুকাই গগৈ। পাচে গৰি ক’ত? আমাৰ জানে। লোকৰ বৰে কিবা পেৰা-পেটাৰি আছে! মণি-মই থম দিহ। গাই; তুমি ভয় নকৰিব॥ { ৰূপ লৈ প্ৰস্থান। পানী—হেৰ, লোণ-তেল না বুলিছিল নহয়? মাণি—- ভিতৰৰ পৰা এৰ॥