পৃষ্ঠা:ভবিষ্যত কথা.djvu/৬৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সন্ত চৰিত্ৰ। শঙ্কৰ বদতি হবি। | কহিয়োক নিষ্ঠ কবি, | পাতা কবিল! সুবণ। সংসাবৰ লোক যত, পাপে তৈলা জৰ্জৰিত, | সি সব কহিয়ো তৰণ। হেন শুনি নাৰায়ণ, ভেলা হৰিত মন, লোকব চিন্তিবে লৈল! হিত। এনেতে হংসত চৰি, চাৰি মুখে বেদ পড়ি, কৈলাসত ভৈৰ উপনীত! পাতলব হন্তে বলি, আসিল! গনন্ত হৰি কৈলাস শিখলে উপসন। প্ৰাদ নাবদ যত, | অনু দেৱ সংখ্যাত ব্যাস আদি কবি ঋষিগণ। অক্ষয় বটব তলে | সৰে দেৱ কৌতুহলে, | বসিলক দিব্য সভা পাতি। অনন্তৰে দেৱ হবি, | ভকতৰ ভয় হাবি, বুলিলন্ত শঙ্কৰক মাতি।। “তুমি জগতৰ গুৰু, | ভকতৰ কল্পতৰু, শুনিয়োক মোহৰ বচন। লোক চিন্তিয়া হিত, নিস্তাবিয়া ত্ৰিজগত, পৃথিবীত হুয়ো উতপন্ন।