পৃষ্ঠা:ভবিষ্যত কথা.djvu/৫৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বিষ্ণুৰ বৰ প্ৰদান। • A v ৭ ৮ • মাথা ছোৱাই ইন্দ্ৰে কবিলা কৃতাঞ্জলি। কৰিবে লাগিল। স্তুতি ত্ৰাহি কৃষ্ণ বুলি। “নমো নমো অনাদি অনন্ত বনমালী। চৰাচৰ জগতক আছ। প্ৰতি পালি। বাক্যেও নপাৰে তযু মহিমা কহিতে। মনেও নপাবে কেহ চিন্তিৰ হিয়াতে। অনন্ত শকতি যাৰ নাহি আদি অন্ত। চাবি মুখে ব্ৰহ্মায় সদায় ধিয়ান্ত। সংহাৰ কাৰক জগতৰ গুৰু হব। তোমাৰ মহিমা তে নপাৱন্ত ওব। তবু কটাক্ষতে হোৱে ব্ৰহ্মাণ্ড সংহাৰ। ইচ্ছ ভৈলে তেখনে উপজে পুৰ্বাৰ। হেন হবি তুমি জগতব শিবোমণি। কিবা তুমি জানো আমি পবম অজ্ঞানী। ভৃত্য হেন জানি মোক দিল। অম্ৰাৱতী। তোমাৰ প্ৰসাদে মোক বুলে সুপতি। মোৰ কৰ্ম্ম বশে দেখো সিও মান বুৰে। গৌতমৰ তপস্যা দেখন্তে ধাতু উৰে। গৌতমে একান্ত মনে আৰাধে তোমাক। নিৰাহাৰে বহি আছে শতেক বৎসৰ।