পৃষ্ঠা:ভবিষ্যত কথা.djvu/৫৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সন্ত ঢবিত্ৰ। কলিব বিবোধী মন বুদ্ধি স্থিৰ কবি। লক্ষী সহ একাসনে থাকিলন্ত হৰি। বিষ্ণুৰ বৰ প্ৰদান। শুক মুনি বোলন্ত শুনিয়ে নৃপবৰ। গৌতম মুনিৰ কথা শুনা আতপ॥ হিমালয়ত গৌতম আছে তপ কৰি। ৰায়ুক নিয়মি মন বুদ্ধি স্থিৰ কবি। শিবত বসাই যোগ-অগ্নি ভয়ঙ্কৰ। ধূম সমস্তে আকাশ নিবন্ত॥ শৰীব প্ৰকাশে যেন প্ৰাত ভাস্কৰ। ৮ম নিকলঙ্ক নিশ্বাসত নাসিকাৰ। অগনি কনিকা মুখে উঠে ঝাকে ঝাকে। হেন তপ দেখি ভয় ভৈলা দেৱ লোকে - মুনিৰ দেখিয়া ঘোৰ তপৰ প্ৰভাৱ। বিষ্ণুভুবনক ভয়ে গৈলন্ত বাসৱ। ত্ৰিদশ সহিতে ইন্দ্ৰে দেখিলা বিষ্ণুক। গুৱত কৰি প্ৰনমিল। দেৱ ঝাক॥