পৃষ্ঠা:ভবিষ্যত কথা.djvu/৫২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৩ ও সৎ চৰিত্ৰ। তাসম্বব দুঃখ মই সহিৰোহু কত। দেখ নব নবী সবে কবে ছট ফট। কতদিন দেহি বন্দীশাল-মন্দিত। নিজ ৰূপে উপজিলে। দুহান আগত। মোক দেখি পিতৃ মাতৃ ভৈলন্ত বিস্ময়। হেন দেখি দুহান্তক দিলো নিৰ্ভয়। কহিলে। মোহব নিজ মহিমা আপনি। তথাপি কংশৰ ভয়ে কম্পে দুয়ো প্ৰাণী। ঘোৰ যাতনাব দুঃখ তাকে। পাশবিলা। চুবি কবি মোক নিয়া গোকুলত থৈলা। যোগীগণে মোক চিন্তি তবয় সংসাব। স্বপ্নতো নেদেখে মোক ইটো বাচব॥ দেবগণ অবত পায়া মহা ভয়। আমাৰ প্ৰসাদে সূবে থাকই নিৰ্ভয়॥ দৈৱকী পাইলন্ত মোক পুত্ৰ তপস্যায়। বিধিব বিপাকে তান কিঙ্কৰ পৰাই। নাহি স্নান ভোজন নিদ্ৰাও নিমিলয়। তাসম্বব দুঃখ দেখি হৃদয় দহয় না। পাছে কত দিন নন্দ গৃহত আছিলো। নানা লীলা কবি দুষ্ট দানৱ বধিলে।।