পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১১৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১১
পোহৰ


আকাশলৈ চাই সিহঁতে ভৱিষ্যতৰ পটত নিজৰ দেশৰ উজ্জ্বল মূৰ্ত্তি কল্পনা কৰি ৰং মনেৰে গান গাই গৰু লৈ ঘৰলৈ উভতি আহে। বাটেদি আহোঁতে ৰাজ্যৰ ল’ৰা-বুঢ়া সকলোৱে হাঁহি হাঁহি হাত-চাপৰি মাৰি সিহঁতৰ আনন্দৰ গানত যোগ দিয়েহি।

শ্ৰীযতীন্দ্ৰনাথ দুৱৰা