পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈৱৰ্ত্ত পুৰাণ একাদশ বৎসৰ অচিলে তযু ঘৰে। সিক জে স্মৰিল উদ্ধৱ মহাবিৰ। সেক এড়া সেকে নন্দ দেহা নষ্ট কৰে জিদিসক লাগিয়া নমিলা দিনেধৰ । অল্প দিনে কেনমতে হৈবে সােক না। ১ঙ্খধ্বনি দুন্দুভি ঘণ্টাৰ সব্দ শুনি। পুত্র সহ কিচে। দিন কৰিয়ো নিবাস। ৮২৩ হৰি সব্দ গিত ব্রাহ্মনৰ বেদ বনি। ৮৩১ পুচন্দ্র সম মুখ দেখা কছিকৰ। আসিবাদ ব্ৰাহ্মণৰ সুনি(মহাবিৰ। জন্মৰ সফল কৰা তুমি নৃপবৰ। পতি পুত্র মমিতে দেখিলা কছি। মোৰ গৃহ দ্রব্য চয় সন জন জত। কুম্ভ দধি দুগ্ধ প্রদিপ দপন। তােমাৰ ধিন নন্দ জানিবা সমস্ত ॥ ৮২৪ মালালা। দুফ। ৰঙ্গত কাঞ্চন ॥ ৮৩২ প্রাণক উচগি দিলে মুসুঝয় ধাৰ। ও ধান্য মধু মিষ্ট ব্রাহ্মন সকল। কি কহিবে। নন্দৰজা যু, উপকাৰ। কৃষ, সাৰ ঘূত বৃস দেখি মহা বল। ভগৱন্ত বদতি মুনিয়ে। মুনি বৰ ! নরসস সেত তা পক। ৰাজেন্দ্র। চলিয়ে। সত্ত্বৰ কৰি গোকুল নগৰ। ৮২৫ বেস্য নাৰি সুপুষ্প চন্দন গদ্রে ॥ ৮৩৩ জষোদ। ৰােহিনি তাদি কৰি গোপি চয়। নানা বিধ মঙ্গা পন্থত দেখিলা। গোপ সি সস্তক কৰি বিনয় । থে চড়ি মহাৰৰ বৃন্দাবন পাইলা। মঞি দত্ত অধর্মিকে কৰা মন থিৰ। হয় বটক বিনে দেখিল তা গ্রত। ৰাপিকাক বুঝ ইবাহ। তুমি মহাবিৰ। ৮১৬ স্নিগ্ধ পত্ৰ ৰক্ত ফল ভাণ্ডৰ বনত। ৮৩৪ অতি অাৰ্তাৱ সোকে গোকুল নগড়। অক্ষয় বটৰ তলে দেখি মহাবল । নন্দন বিলম্ব কাল কৈৰ বিৰবৰ । ৰত্নে বিভূসিই অতি বালক সকল এহিবুলি ভগৱন্ত অক্ৰৰে সহিত। হাহা বল হাহা কৃষ্ণ, বুলি। ডাকয়। তাপুনাৰ ভাষাৰে ভৈলা উপস্থিত ॥ ৮২৭ অতি সোকে সি সবে তথাতে কন্দয়॥ ৮৩৫ পিতৃ মাতৃ সমে বলােত তথা গেল। সোক কুণ! সিগন দেখি মহাসয় । অভ্যান্তৰ পসি পাছে এক থান ভৈলা। অশষ কৰিয়। বিৰে বুলিল। বিনয় । সেহি নিমা উদ্ধর সঞ্চি মণ ৰাত। বক গনক এড়ি গৈলা কতােদুৰ। প্রভাতত ৰথে চড়ি লড়িল। সখ্যত। ৮১৮ প্রবেস ভৈলন্ত বিৰ গােকুল নগড় । 'r৩৬ নন্দ কৃষ, সম্বাদজে ব্ৰহ্ম বৈবৰ্ত্তৰ । নন্দৰ গৃহক দেখি তাই পৰ। নৱতি ধ্যায় এক ভৈল সমাগত। বিস্বকর্মে নিশ্মি কাছে অতি মনােহর। মনিমুক্তা মানিক হিৰাৰ কাম চয়। নাৰায়ন পদতি নাৰদ মুনি বড়। ৰতে বিৰচিত মৃদু দেখি মাসয় ॥ ৮৩৭ ৰাধ। উদ্ধৱৰ কথা সুনা মনোহৰ। ৰত্বৰ কোসৰ 'চয় গৃহৰ উৰে। কৃষ্ণু তাঁয়ে উদ্ধৱজে বিৰবৰ। নানা চিত্র বিচিত্রতা দ্বাৰ মনােহৰ। সােহসে প্রনামিল। পাছে গনেস্বৰ। হৰিক স্মৰিয়া পাছে লক্ষি সৰস্বতি। ৰথৰ নামিয়া উদ্ধৱজে মহাবিৰ। গঙ্গক কৰিয়া ধ্যান স্মৰিা পাৰ্বতি ॥ ৮৩০ দ্বাৰি দৃষ্টে প্রসেসিল। পাছে অভ্যান্তৰ ॥ ৮৩৮