পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈৱৰ্ত্ত পুৰাণ। ৮৪ ০ জিষোদা ৰোহিনি দুই তাতি সিদ্ৰ কৰি। আপুনি আসন দিয়া বুলিলা সাদৰি। কুসল সুধিয়া পাছে মধুপর্ক দিল।। গে। ৰত্ন ল অনি তথা সমর্পিল। ৮৩৯ উদ্ধৱ মহন্ত তুমি সিষ্ট মধ্যে সাৰ। নন্দ বলে।ভদ্র কষ, কৈগৈল আমাৰ। সত্য কৰি কহ বাপ সকলে বৃতা। নেদেখিয়া প্রান দহে কৰ উপসান্ত। উদ্ধরে কহিল। সমস্তৰে কুসলক। বল কৃষ সমে নন্দ হাসিব ব্রজক। কং, উপনয়ন নৱে জাৱে অাই। সেহিকল পাকিবেক নন্দ মহাৰাই । ৮৪ : বিগে অনিব মাতৃ জানা নিষ্ট কৰি। উপনয়নৰ কাল হুইছে সুন্দৰি । তোমাৰ কুসল বার্তা বুজিবাক প্রতি। তামাক দেস কবি কাছে জদুপতি ॥ ৮১১ কুসল বাহাক লৈয়া জাইনে। মথুৰাক । সবাৰে কুসল মএ” কহিবো বাৰ্তাক। জমেদ। ৰোহিনি শুনি ! সুমঙ্গল। ব্রাহ্মনক দকুন দিশা অতি কতুহল। উদ্ধৱক ভোজন কৰাইলা মান্য কৰি। মঙ্গল কৰ্ম্মক পাছ কৰাই। সদৰি। সেদ পাঠ কৰিয়। সুবন দান দিল।।. ৰ বস্ত্র মনি শ্রেষ্ঠ হি| সমর্পিল। ॥ ৮৪৪ ব্রাঙ্গন ভোজনকৰাইল ৰঙ্গ কাৰ। বাদ্যয় বজাইলন্ত অতি উচ্ছ কৰি। সিব দুর্গা পুজা কৰিলন্ত দ্বিজ গনে। উপচাৰ চয় দ্রব্য দিলা ৰঙ্গ মনে। নানাবিধ বলি দানে দুর্গক পুজিলা। চাগল সহ আনি ভৱানিক দিল। মহিসৰ সাত সংখ্যা মেসৰ অযুত। ব্রাহ্মনক দিল। ধেনু সত উন্নসত। ৮৫৬ কৃষৰ কল্যান হেতু দক্ষিন দিল। উদ্ধৱ নানা প্রব্যে পুজা কৰাইলন্ত। জষোদা ৰােহিনি গোপ বালক সকল। বৃধ গােপিকাক আশ্বাসিয়া মহাবল॥ ৮৪৭ গোকুল এড়িয়া গৈলা ৰাসৰ মণ্ডল। চন্দ্র মণ্ডল সব তুল ৰুচিকৰ। শ্ৰীৰাম কদলি চয় অতি সুষোভিত। চন্দনে পল্লৱ পটু সুলত গ্রন্থিত || ৮৪৮ মাৰ ৱ সহিতে তাত প্রকায কয়। দধি লাজফা ফুল দুৰ্ব্ব। বিৰাজয় । আগৰু চন্দন মৃগ মদৰ বিলাস। কঙ্কম সহিতে জান বহে দ্বিপাস। ৮৪৯ তিনি লক অাছে তাত ৰতিৰ মন্দিৰ। তিনি কোটি গােপিগনে ৰাখে মহাবিৰ । বেষ্টন কৰিয়া গােপি ৰাখে জত্ন কৰি। গােপলক্ষে ৰাখে গৃহ কৃষক সুমৰি 8 ৮৫০ কযু, আগমন চিন্তা কৰি গােপগন। বেষ্টন কৰিয়৷ ৰাখে তৃপক্ষ ভৱন । জমুনা দক্ষিন কৰি জান্ত মহাবিৰ। প্রথমে মালতি নন পষিল। ৰুছিৰ। ৮৫১ কেতকি মালতি জুতি চম্পক চন্দন। প্রদক্ষিন গৈলা বীৰ এহি সস্টজন। বকুল এন্দুলি ধাত্রি অসােক সিসি। কাঞ্চন কল্কি মলি লবঙ্গ পলসি ॥ ৮৫২ নদি নদ পলাস হিন্তাল বনতল। অন লাঙ্গল মাৰ কুল সাল। মধু বন পাইলা পাছে উদ্ধৱ মহন্ত। কোকিলৰ শব্দ তান শুনি অপৰ্য্যন্ত। ৮৫৩ মধুকৰ গনে তাত মধু নাদয় । মধুৰ শব্দ শুনি জান্ত মহাসয় । ফলৰ বনৰম্য নাৰৰ বন। পদ্মবন কৰবিৰ তুলসি কাঞ্চন। ৮৫৪ ৮৪ ৩ ৮৪৫