পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈৱৰ্ত্ত পুৰাণ wa ৭৪৮ ভগৱ নিগদতি না ৰাজা নন্দ। সর্ব সস্য ৰুপ তুমি ঐশ্বৰ্য্য দায়িনি। শিল্পি নষ্ট কৰি স্তোত্ৰে কৰাৱে আনন্দ। ৭৪৬ সমৰে কাৰ্যৰুপ তুমি বিধায়িনি। ৭৫৩ তৃপুৰৰ ৰনে শ্রান্ত মহাদেব তৈলা। ব্রহ্মাণ্ড স্বৰুপ সক্তি দেৰি ভগৱতি। সেহিবো নাৰায়নে ব্ৰহ্মাক বুলিলা। বাক্য ৰূপ জগতৰ তুমিষে ধাবিনি। মায়াক সারা। সিৱে তৃপু বধে। প্রাণ অধিষ্টাতা দেরি তুমিসে কৃষৰ। স্তোত্র রাজা হাসিবে তেন্তোক সোৰু। ৭৪৭ ৰাধা হুয়া থাক। গােলোকত নিৰন্তৰ। ৭৫৪ বিষোৰ বচনে ব্ৰহ্ম। গৈলা তেতিক্ষনে। মোক ৰক্ষা কৰা দেৱি সঙ্কট সময় । সক্ৰগ্ৰান্ত এখত পতিত তৃনয়নে। মেহেৰ সহাহ হুয়া বধ। ঋপুচয়। সত্ৰুৰ সায়কে বান্ধি আছে কলেৱৰ। আনো নানা তুতি হৰে কৰিলা মায়াক। অচেতন হুয়া পৰিলন্ত মহেশ্বৰ। পদ সাহুক ডৰে নিলিখিলে তাক ॥ ৭৫৫ সেদিবেলা ব্রহ্মা গৈয়া বুলিলা বচন। বথত পড়িয়া জেলে আছিল। সদ্ধ। উঠা উঠা মহেশ্বৰ লভিয়ো চেহন। ৰণত হাৰিয়া তুতি কৰিলন্ত হব। স্তোত্র ৰাজ লৈয়ো তুমি জগততে সাৰ। সিৱৰ আগত দেৱি আবিৰ্ভাৱ ভৈলা। এহি স্তোত্র ঝপুচয় কৰিয়ো• সংসাৰ ॥ ৭৪৯ কৌটি সূৰ্য্য সম দেবি প্রকাস কৰিলা ॥ ৭৫৬ ইশ্বৰৰ অজ্ঞ। বানি সুনি তৃনয়ন। হৃদি গত হুয়া হৰি দুৰ্গক পঞ্চিল।। সক্তিক সহাই কৰিবধা সত্ৰুগন। সিৱৰ জয়ৰ হেতু অবিৰ্ভাৱ ভৈলা। সক্তি বিনে কোনে কাক জিনিবে পায়। মহামায়া বদতি নিয়ে। মহেশ্বৰ। সক্তি সমে যুদ্ধ কৰি তুমি হােৱা জয়। ৭৫০ মঞি সক্তি সমে ঋপু বধিয়াে সত্বৰ। ৭৫৭ ব্ৰহ্মাৰ বচনে হৰে কৰি নমস্কাৰ। বড় লৌউ মহাদেৱ বাঞ্চিত মনৰ। গ্রহন করিল স্তৱ কৰি সতকাৰ । সব দেৱগণ মধ্যে তুমি শ্রেষ্টত্তৰ। নমস্কাৰ কৰি ঘৰে তুতি আৰন্তিলা। মহাদেব বদতি মুনিয়াে সুৰেশ্ববি। স্তোত্র সেৱা জপি পাছে গৌৰিক বুলিলা ॥৭৫ : অসুৰৰ ক্ষয় বড় দিয়ে ঝান্ট কৰি। ৭৫৮ বিষো মনত স্মৰি বুলিলন্ত বানি। অসুৰ সংহাৰ ভৈলে সেহি মােৰ বৰ। মোহােৰ সমন্ধি তুষ্ট হোৱা ঠাকুৰানি। মুনি মহামায়া কােলে সুনা মহেশ্বৰ। খাবাখ দুগ। দেবি সঙ্কট সময়। হৰিক স্মৰিয়ে। হৰ জগত ইশ্বৰ। বিষ্ণুেময় সনাতন দেবি মহামায়া। ৭৫২ দেবিৰ বচন সিৱ চিন্তিলা সত্যৰ ।। বেদৰ জননি দেবি জগত মােহনি। জগত ইশ্বৰ বিষে। তেখনে আসিল। বৈকুণ্ঠত মহালক্ষ্মি তুমি সনাতনি। মসমে পাপত্র অস্ত্র সব দিল।। সপ্ত স্বর্গে সনি জগত ব্যাপিনি। সেহিবে দুর্গা দেবি আনি দিলা অর্থ। ৰাজ লক্ষি ৰাজ গৃহে সম্পর্গিকপিনি। ৭৫২ পিনাক ধেনুক দিলা বিষে। আদি সুল। ৭৬ পাতালত দেৱ লক্ষ্মি দেৱ কাত্যায়নি। সিৱৰ ৰথক সিৰে দাঙ্গিয়া পৰিলা। মনুস্যৰ গৃহে গৃহে সম্পনি কপিনি। কালৰূপে বৃষ হয়। সিবক হিলা।