পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

bby ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ বিষোক প্ৰনামি দৰে অস্ত্ৰ ধৰিল॥ পৰত্ৰতো অষ্ট সিদ্ধি হৈবে তোমাৰ। মন্ত্ৰ অভিষেকে তাস্ত্ৰ সন্ধানে মাৰিলা ৭৬১ অনিমাদি সিদ্ধি গৃহে হৈবে আপুনাৰ॥ ৭৬৮ তৃপুৰৰ সিৰ কাটি তেখনে পেলাইলা। এহি বুলি দুৰ্গাদেব সি সমে বষি। সঙ্কৰৰ সিৰে দেৱ পুষ্প সৰসিলা। কল্যাস প্ৰবেস ভৈলা কৃষক শাসি। ব্ৰহ্মা তাসি সুভাসিস দিলন্ত সাদৰি। নন্দকে দোন্ত কৃষে, সুনানন্দ ৰাজ। আলিগনে সুভাসিস দিল। মা কৰি। ৭৬২ আজি ধৰি মোহ গুচিবেক নাহি বাজ।৭৬৯ গন্ধৰ্ব কিন্নৰ গনে স্নানক কৰিলা। দুল্ল ও পৰম জ্ঞান লভিব। ভকতি। দেৱগনে মহাৰঙ্গে নাচিবে লাগিল॥ ব্ৰজক চলিয়ে। পিতৃ তুমি মহামতি। ত্ৰেত ৰাজসুই কৈলে আগত তোমাৰ। কৃষক কবিয়া তুতি গৈলা দেৱগন। সৰ্বপাপ বিনাসন স্তোত্ৰ মধ্যে সাৰ | ৭৬২ মুনিগনে। চলি গৈল। অপুণ ভবন। ৭৭০ সলি মনোৰথ সিদ্ধি হোৱে সাৰেদ্ধাৰ। কৃ, নিগদতি মুনিয়োক মহামতি। স্তোত্ৰৰাজ পাঠ মাত্ৰে পাতেক নিস্তাৰ। গৃহে চলা ব্ৰ ৰাজ লভিল। মুকুতি। ৰণে সক্ৰ চয় হৈবে আপুনাৰ জয়। সতত্ত্ব জ্ঞান ভৈলা তুমি ব্ৰজাসি পুত্ৰ পৌত্ৰ বৃদ্ধি হয়ে সুনা মাসয়॥ ৭৬৩ দেৱগন মুনিগন দেখিলাহ। আসি। ৭৭১ দেৱৰ মধ্যত বিষো যেন পুজত্তম। নানা উপাক্ষান সুনিলাহ। পিতৃ তুমি। স্তোত্ৰগন জেন মধ্যে শ্ৰেষ্ট মনোৰম। স্তোত্ৰে ৰাজ। সুনিল। চলন্ত ব্ৰজ ভূমি। আনে। নানা সিদ্ধি হোৱে স্তো এৰ শ্ৰৱনে। তোমাৰ মন্দিৰে মঞি সুখদে অচিঙ্গে॥ আপুনাৰ শক্তি দিয়া দিল। নাৰায়নে। ৭৬৪ মহা হস কৰি ৰাতৃ ব্ৰঙ্গত ক্ৰিড়িলো। ৭৭২ বিয়ে হয়ে ব্ৰহ্মা সিৱক দিল। বাল্য অৱস্থাত মোৰ অপৰাধ চয়। পৰস্পৰে ইতো স্তোত্ৰ চাৰ ভৈলন্ত খেমা কৰিয়েক বাপ তুমি কৃপাময়। তোমাৰ আগত কৈলো স্তোত্ৰ নিৰুপম। কৰিৰে লগয় জিতে তাকে নকৰিলে॥ পাতিক তুমি তুতি কৰা নৰোত্তম॥ ৭৬৫ নকৰিবে লাগে জিতে তাকে আচৰিলো। ৭৭৩ ইতো স্তোত্ৰজে স্তুতি কৰিয়ে। সত। স্বৰ্গতে অধিক সুখ মন্দিৰ তোমাৰ। পাৰ্বতি সন্তোস ভৈলে জ্ঞান হৈবে জাত। সৰি দুগ্ধ বৃত মধু ভুঞ্জিলো অপাৰ। কৃষ্ণুৰ চৰনে নন্দে তুতিক কৰিল॥ মোৰ নমস্কাৰ বাপ মাতৃত কহিবা। পাতি সন্তোস হুয়া হাঙ্ক বড় দিল। ৭৬৬ বিনয় বচনে মোৰ সোক গুচাইব॥৭৭৪ পাবতি বদতি মুনিয়োক নন্দৰাজ। গোপীকা গনত মোৰ বিনয় বচনে। দুৰ্লভ পৰম জ্ঞান হৈব নাহি বাঝ। মোৰ পিতৃ বাক্য কহিবাহ। গ্লোপগনে। মোৰ বড়ে গোলোক লভিব। এড়ি কাই। বিসেস কৰিয়া বুঝাইবাহ। ৰাধিকা। গোলোকত ৰাজি 'হৈবাহ। মহাৰাই। ৭৬৭ মোৰ প্ৰানেৰিক বুলিব। পৃয় বাক। ৭৭৫ সুদুল্লভ দাস্য ভক্তি লভিবি কৃষৰ। একেথানে আচিলেহে মোৰ বন্ধু চয়। জহি বাঞ্চা কৰা নন্দ হৈবে ৰুচিকৰ। কৰ্মবাসে পৃথক ভৈলোহে মহাস।