পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ। বিষয়ৰ সুখ অত বিষ্টাৰ সমান। তাক তেজি গোবিন্দক কবিয়োক ধ্যান। ৭৩৯ কৃষ্ণুৰ চৰনে মনে কৰিয়ে কতি। কিচো কিচো কৰি বিষয়ত জো মতি। সুনা সমাজিক গন ভজ। দে হৰি। বোল। ৰাধা কৃষ, বানি মৰি। ৭৪• সংসাৰ তৰিবা জানি তো আন কাম। নিৰন্তৰে নৰ ডাকি বেলা ৰাম ৰাম। শিৱ স্তোত্ৰ। পদ। ন নিগদতি প্ৰভু দেৱ নাৰায়ন কুচ্ছিত বনিয়া গৃহে জেহেন ৰতন ৭৩১ ৰতন মানিক দুই গৃহত আচয়। কুচ্ছিত অনিয়া জাতি তাক নানয়। মোৰ সেহি পটন্তৰ জগত ইশ্বৰ। মোৰ অপৰাধ ক্ষেমা কৰ। দামোদৰ। ৭৩২ পুনৰপি গোকোলে নাইবা দেৱহৰি। জমুনাৰ তট বৃন্দাবন অনুসৰি। তোমাৰ ক্ৰিড়াৰ থান অতি মনোৰম। গোপ সি সমে তুমি কুড়িল উম॥৭৩৩ বষোদাৰ কোলাত বলি। পুৰ্বৱতে। তোমাক নেদেখি মই জিবে কেনমতে। গোপিকাৰ সমিপক নাইবাহ হৰি। নিতে নিতে সন্তাপিত তোমাক সুমৰি।৭৩৪ কিবা কথা কহিবেহো আগে যযোদাৰ। ৰাৰ আগত কিবা ক হিববাহো সাৰ। ভযু পৃয় পাত্ৰ প্ৰভু বালক সকল। শ্ৰীদাম সুদাম বসুদাম মহাবল। তোক কৃষ সুবলক আদি কৰি যত। কিবা, কথা কহিবেহো বালক গনত। এহি বুলি নন্দ ৰাভা সোকে আসনত। মুচ্চা গৈয়া পড়িলন্ত সভাৰ মধ্যত। ৭৩৬ মুৰ্চিত নন্দক দেখি পাছে দেৱ হৰি। প্ৰবোধ কৰিলা কষে তাঙ্ক কোলে ধৰি। নন্দ কৃষ্ণ কথা ৰস স্বাদ মধ্যে সাৰ। শ্ৰদ্ধা ভাৱে সুনি কৰে জিৰ নিস্তাৰ। ৭৩৭ ৰাধা কৃষ্ণু নাম একবাৰ উচ্চৰয়। সৰ্বপাপ নষ্ট কৰি নিস্পাপ হোৱয়। বাধা কৃষ্ণ নাম স্মৰি ফুৰা সৰ্ব্বক্ষন। গত ইশ্বৰ হৰি তুষ্ট নাৰায়ন। বাধা কৃষ বানি মুখে বুলিব সখা। পৰম আনন্দে মুনিয়োৰু কৃষ্ণ কথা। ৭৩৫ কৃষ, নিগদতি পিতৃ লভিয়া চেতন। ঈল বুদ বুদ জেন অথিৰ জিবন॥ ৭৪১ সবে চৰাচৰ পিতৃ জানা মায়াময়। সোক পাষ তেজি স্বস্ত হোৱা মসয়। মায়াৰ অধিন পিতৃ জগত নিশ্চয়। মায়াক কৰিও তুতি তুমি মহাসয়। ৭৪২ বিয়োময় সনাতন জানিহা মোৰ। জগতকে ব্যাপি আছে মা ব্যাধি ঘোষ। পুবে সিবে তৃপক বধিবে নপাৰি। ৰন গ্ৰস্ত ভয়াকুল ভৈলা তৃপুৰাৰি। ৭৪৩ জিতে স্তোত্ৰে তৃপুৰক বধিলন্ত হব। সেহি স্তোত্ৰ কহো সুনা পিতৃ ৰুচিৰ। সৰ্বমোহ গুচিকে তোমাৰ নিশ্চয়। সৰ্ব্ব বাঞ্চ। সিদ্ধি হৈব জানামহাশয়। ৭৪৪ নন্দ নিগদতি প্ৰভু কৃষ্ণ, কৃপাময়। কহিয়োক স্তোত্ৰ ৰাজা তোমাতে নিচ্চয়। সুবিনিতা সিস্য প্ৰভু মই নাৰায়ন জদি যোগ্য হঞ কহিয়োক সনাতন॥ ৭৪ দুৰ্গতি নাসিনি দেবি স্তোত্ৰ জে দুৰ্গা। দেৱৰ জনক তুমি কহিয়োক সাৰ। 1