পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈৱৰ্ত্ত পুৰাণ। পুৰাণ ভাৰত আদি কৰি সাস্ত্ৰচয়। দক্ষিন সহিতে কৰ্ম্ম ফল দাত। মই। বৈদৰ সন্মত জানিবাহ। মহাসয় । ৭১৫ দক্ষিনা নভৈলে কর্ম বিফল নিশ্চয় ॥ ৭২৩ বেদক জানিবা ঋষি দেৱ নাৰায়ন। জ ব্রত তপস্যাৰ ভুত কৰ্ম্ম গন। বেদৰ বিহিত পুজ্য জানা দেৱগন। দক্ষিনা সহিতে ফল ধৰে তপোন। বেদক বুলিশে ধন্য সুনা দেৱগন। দক্ষিন। নভৈলে ক্লেস পাবে নগন। ধন্য নােহে৷ দেৱগনে বুলিলা বচন। ৭১৬ ফলদাতা মইসে জানিব সনাতন ॥ ৭২৪ আমি বিনিচে। চিত। জিতো জ’ চয়। একি গােপ্য কথা মোতকৈল! নাৰায়ন। জজ্ঞ গন ধন্য জানিবাহ। মহাসয় || সমস্ত গোপনি কথা কৈলে। মুনিগন। জজ্ঞেসে ফলক দেই সুনা দ্বিজবড়। দক্ষিনা সহিতে জ জ্ঞ ফল দাতা হয়। জজ সিনে জগতৰ নাহি শ্রেষ্ঠত্তৰ ॥ ৭১৭ দক্ষিন। ভৈলে কর্ম বিফল হয় ॥ ৭২৫ জজ্ঞৰ সমিপে গৈয়া পুছিলােতে। মঞি । ব্রাহ্মনক লাগি দান গনক কম। সুনা অস্ত্র গন ধন্য তােমাক বোলই । ব্রাহ্মনক দেশে বুলি পাছত নেয়। জজ্ঞ বোলে ধন্য আমি নোহো দ্বিজবড়। একে ৰাতৃ ভৈলে লাগে দক্ষিন দুগুন। কর্মে ধন্য জানিহা সমস্ত পুন্য। ৭১৮ মাসৰ অতিতে জানা হয়ে সত গুন ॥ ৭২৬ কৰ্মৰ থানক গৈয়া পুছিলেতো আমি । দুমাসৰ অন্তে জানা সহ হয়। সুন। কুৰ্ম্মগন ধন্য তােমাক নিয়মি। সম্বম্বৰ ভৈল সিতো নৰকে পছয়। কন্ট্রে বোলে ধন্য নোহো মুন মুনিবড়। বৎসৰ সহ পড়ি পাকে নৰকত। কৰ্ম্ম ফল দাত পন্য জগত ইশ্বৰ। ৭১৯। মুকুণ্ডে পড়ি দুখ ভুঞ্জে নানা মত ॥ ৭২৭ কৃষ্ণু পৰমাত্মা জাৰ নাহি আদি অন্ত । তাত পাছে চণ্ডালৰ ঘৰে জন্ম হই। ধন্য ধন্য, নাৰায়ন প্রভু ভগৱন্ত । দাতা প্রতি গৃহি দুয়ো নৰকে পৰই । সমস্ততে বিচাড়িয়া তোমাক নপাইলো। বৎসৰ সহশ্র মানে নৰকে পছয়। কৰ্ম্মৰ বচনে মই মথুৰাক আইলাে । ৭২০ পুৰোহিত সমে চাণ্ডালত জন্ম হয় ৭২৮ মথুৰাক আসি মই তােমাক দেখিলো। মহাব্যাধি যুক্ত হুয়া চাণ্ডালৰ ঘৰে। পৰিপুর্ন ব্রহ্মাক সাক্ষাতে আসি পাইলো। মহা পাপি হুয়া দুয়ে। ফল ভােগ কৰে। .জ ব্ৰই তপ সুভ কৰ্ম্ম। ইশ্বৰ। সনতৰ বাক্যে দেৱ মুনি নিৰন্তৰে । ফল দাতা জদি তুমি মহেশ্বৰ ॥ ৭২১! বিস্ময় হাসিয়া ৰৈল। কৃষ্ণৰ মন্দিৰে। ৭১৯ কাৰনৰ কাৰন তুমিষে জগতৰ। জগত ইশ্বৰ কৃষ্ণু, জানি নাই। পুলি কথা কহিলোহে। মুনি নিৰন্তৰ। কান্দিবে লাগিল। গুন বই বই। দেৱগন আগে সুনা মুনিগন মই । লাজ এড়ি নন্দ ৰাজ। সােকত আকুল। ধন্য কৃষ বাসুদেৱ বুলিলে নিচ্চয়। ৭২২ বন্ধনাদি কর্ম চাড়ি দেহেন বাতুল। ৭৩০ কৃষে, বুলিলন্ত সুনা সনত কুমাৰ। সেহিবেলা পাতিয়ে বুলিল। বচন। দক্ষিনা সহিতে অন্য জানা সাৰে সাৰ। মোহ পাস তেজি নন্দ স্থিৰ কৰা মন।