৮৪ ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ। -- কষ সমে কিবা গোপ্য কথা সমাচাৰ। মঞি' বলে। যা তুমি কস্যপ কহিয়ো কৃপাল তুমি সনত কুমাৰ। কস্যপে বে’লয় মোত কৰি আছে বড়। ৭০' কিবা আচৰ্য্যক সুনিলাহ। মুনিবৰ। খিদ সাগৰ ধন্য সুনা মুনি বড়। অতুৰ স্বভাৱ দেখে কহিয়ে। সত্যৰ। মোত কৰি ধিক জন্তু আছ ডাঙ্গ। ত অনন্তৰে ব্ৰক্ষ। পাৰ্বতি সঙ্ক। পৃথিসিক বুলিলেহো ধন' বসুমতি অনন্ত শ্ৰী সু ধৰ্ম্ম বসু নিৰাকাৰ!! ৭০০ ভুমি বোলে ধন্য মই নোহো বসুমতি। ৭৮ আদিত্য দিগপাল একাদস ৰুদ্ৰ গন। অনন্তেসে | মোৰ আধাৰ নিচ্চয়। কৃষক দেখিবে লাগি গাসিন তেখন। কৃষে, সমে জগতকে ধৰিয়া অচয। দেবগনে আসিবাৰ দেখি নাৰায়নে। অনন্তক বুলিলো তুমিষে ধন্য সাৰ। তাৰক্ষনে উঠি পুজ। কৰিলা তেখনে৷ ৭০১ অনন্তে বুলিলা ধন্য নোহো মঞি তাৰ॥ - ০৯ পাদ্য 'অৰ্থ আচমনি মধুপৰ্ক দিলা। মোহাৰ ধৰা কৰ্ম্ম ধন্য, মুনিবড়। মুনিগনে ব্ৰহ্ম। হৰ গৌৰিক মিল। মসকৰ মতে মঞি থাকোকো উপৰ। অনন্তক নমি পাছে আসনে বসিলা। গজব উপৰে এজন মসে কথা কয়। মুনি দেৱগনৰ সম্ভাসা বৰ ভৈলা। ৭০১ মোৰো সেহমত জানি নাহা মহাসয়। ৭১০ সনত কুমাৰ মুনি মধত বসিলা। কুৰ্ম্মকো বুলিলে। গৈয়া পন্য কুৰ্ম্ম বিৰ। সুন দেৱ মুনি বুলি কহিবে লাগিল। কুয়ে বোলে। নো ধন্য সুনা মুনিবৰ। সনত কুমাৰ শুনা ঋষি দেৱলোক। বিশ্বৰ ধাৰ মই। বায়ু, ধন্য দুই। কৃষক দেখিবে লাগি গৈলোহা গোলোক। ৭০৩ ধন্য মা পায় তুমি বুলিলে।হো মঞি॥ ৭১১ গোলোকত বাধা সমে নেদেখি কৃষক। বায়ু বোলে বন্য মই নোহো দ্বিজবৰ। আতি সিদ্ৰ কৰি গৈলো মই বৈকুণ্ঠক। মোত কৰি ধন্য জানিবা সৃষ্টিকৰ। বৈকুণ্ঠনাথক মঞি তৈতে নেদেখিলো। জগতক শ্ৰজি আছে জগত ইশ্বৰ। পাছে খিৰ সাগৰৰ তিৰতে বসিলো ৭০৪ ব্ৰহ্মক বুলিব ধন্য সুনা মুনিবৰ। ৭১২ থিৰ দধি তিৰে স্বেত দ্বিপ মনোহৰ। ধন সৃষ্টি কৰ তুমি জগতহে সাব। বৈকুণ্ঠ সদৃস স্থান অতি কচিকৰ। ব্ৰহ্ম। বোলে নোহো ধন্য নিয়ে। কুমাৰ। হৰিক নেদেখি তৈতে পৰিশ্ৰান্ত তৈলে॥ যোগিন্দ গৰ মধ্যে ধন্থ গানেশ্বৰ। পুচিবাক মনে খিৰ সাগৰ গৈলো। ৭০৫ গনেস পৰে মুনি নাহি শ্ৰেষ্ঠত্তৰ। ৭১৩ বালিমধ্যে পৰি আছে কসপি ডাল। নিয়ে গনেষ তুমি ধন্য মধ্যে সাৰ। সতেক জোযন মনে আতি ভয়ঙ্কৰ। গনেষে বুলি মই নোহো ধন্য তাৰ। ভয়ে কম্পমান সিতে দুখত সুৱাই। ধন্য বুলি জানিহা বেদৰ বচন। ততোধিক ডাঙ্গৰ মনুষ্য ধৰি খাই। ৭৬ প্ৰবৰ্ত্তয়া আছে সুভাসুভ কৰ্ম্মগন। ৭:৪ ৰাঘৱ বৰালি তাক খেদিয়া আনিল॥ বেদ বিহিহক ধৰ্ম বোলে মহাশয়। তাৰ মুখৰ এৰাই বালিহ পৰিল॥ বেদৰ নিষেধ জানা অধৰ্ম্ম নিচ্চয়।
পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৯০
অৱয়ব