পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈৱ পুৰাণ। সত্য সৌচ আদি কৰি যত ধর্মগন। মঞি যুদ্ধে কৰি আছ। যদি নাৰায়ন। যদি সত্য হবে ব্রহ্মা হৰ নাৰায়ন । সত্য যদি হৱে ইন্দ্ৰ আদি দেৱগন ॥ ৬৪৬ জজ্ঞ মুর্তি ভগৱন্ত যদি সত্য হয়। প্রকৃস্ত। প্রকৃতি সত। জয়ী। মােৰ বড়ে দ্বিজ বড় হুয়ােক বিজৰ । জদি বেদগন সত্য হৱে মহেশ্বৰ। ৬৪৭ এই বুলি বৃন্দ। দেবি ধম্মক কোলে লৈয়া ধৰ্ম ৰাইক পাছে আস্বাসি। তানিলা। আত তনস্তবে কথা শুন) ব্রজেশ্বৰ। ধৰ্ম্মক জিয়য়া সতি দিয়ে। আমাক। ধৰ্ম্ম বিনে সৰ্ব্বনাস ৰাখা মোৰ বাক। মহাদেব বদতি মুনিয়ে। বৃন্দা সতি। তৃজগত নস্ত হৈবে। ৰাখিও সম্প্রতি। ৬৩৮ ধর্ম নস্ত ভৈলে তৃজগতে নস্ত হই। ধয়ক জিয়ায়া দিয়ে আমাক নিশ্চী । ইন্দ্ৰ নিগতি বৃন্দ। সুনা মহাসতি। তপস্যা কৰিয়। ধৰ্ম্ম কৰিল। সম্প্রতি ॥ ৬৩৯ হেনয় ধৰ্ম্মক তুমি বধ। কে'ন গুনে। তপৰ প্রভাবে সতি জিয়ায়ে আপুনে। সুৰ্য্য নিগদতি সুনিয়োক বৰ বালা। বড় দিবো লৈয়ো বড় সুনিয়ে। অবলা ৬৪ অনন্ত বদতি বৃন্দ। সুনিয়ে সুন্দৰি। ধয় উপাসিলা তুমি তপক আচৰি। নেয় ধৰ্ম্মক তুমি কৰিলা বিনাস। জিয়ায়ে সুন্দৰি ধৰ্ম্ম বিনে সর্বনাস ৬৪১ চন্দ্ৰ নিগতি বৃন্দ। সুনিয়ে বচন। দ্বিজপ ধৰি ধৰ্ম আসিল এখন। ব্ৰহ্মায়ে পাঞ্চিলা ধর্ম পৰিক্ষা কৰিতে। নিৰ্দোস ধৰ্ম্মক তুমি বধা কেন মতে॥ ৬৪২ অনো দেৱগনে তুতি কৰিল। বৃন্দাক। নমস্কাৰ কৰি বৃন্দ। বুনিলন্ত বাক । বৃন্দ। নিগদতি সুনিয়ে দেৱগন। ব্ৰহ্মনৰ বেসে ধৰ্ম্ম তাসিল এখন। ৬১৩ পৰিক্ষা কৰিব লাগি অইল ধৰাজ। নজানিয়া সাপ দিলো কৰিলে।• অকাজ। তপৰ প্রভাবে মঞি জিয়াইবো এখন। দেৱগন মে তুন্ত হোৱা নাৰায়ন। ৬৪৪ এহিমতে বৃন্দ। মতি বুলিল। বচন। মোৰ তপ সত্য যদি হােৱে নাৰায়ন। সতাে যদি বিষ্ণু পুজা কৰি আছে। মঞি। জদি অনসন ব্রত মোৰ সত্য হই॥ ৬৪৫ মুক্তি নামে ধৰ্যা আসিল। সত্য ৷৷ ৬৪৮ শোকাকুল হুয়া দেব প্রনাম কাল।। বিষ্ণু দে পা দোল খছেন ভো। মুক্তি নিগদ ৩ সুয়েক দামোদৰ। ভক ৩ বৎসল প্রভু জগৎ ইশ্বৰ ॥ ৬৪৯ মোৰ স্বামি সিদ্ৰ কৰি জিয়ায় দিয়োক। সোকে বিয়া কুল হু। জায়ো পৰলোক। পত হন জিতে। নাৰি হোৱে ১ংসাৰত। প্রান হিন দেহ। যেন মোৰো সোহম। ৬৫০ পিতৃ মাতৃ ভাতৃ পুত্র মাত্র বন্ধু জনে । পাড়ামত কৰি দেই সােক পরে মনে। স্বামী স্বে হৱ ভাৰ্য্যাব নিশ্চয়। স্বামি দান দিয়া মোক কৃষ্ণ কৃপাময়। ৬৫ ১ এহি বুলি মূৰ্ত্তি সাত কান্দিবে লাগিল। সেহি বলা ভগৱন্তে বৃন্দক বলিলা। ভগৱন্ত বদতি সুয়ো বৃন্দ। সতি। পৰ প্রভাবে গাউন লভিব। সম্প্রতি ৬৫২ ব্ৰহ্মাৰ সমান আয়ু ভিচ। নিশ্চয়ী। ধৰ্ম্মক তোমাৰ আয়ু দিবাক গয়া। তপৰ প্ৰভবে সতি গেলােকক চলা। পৰলে মােক পাইবা নিয়ে অবলা ॥ ৬৫৩

  • বিজৰ=চেতন।