ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ ৭৯ দ্বিজ বলোৰামে ভনিলা দুলড়ি এৰা বিয়ৰ কাম। পাপক সংহৰি সংসাৰক তৰি ডাকি বোল ৰাম ৰাম॥ ৬৩১ . জাজ সমান হুয়া ধৰ্ম ৰাই সখি ৰুপে আছে চাই। দষ্ট কৰ্ত্ত। জম অহিত্বে অচয় ইশ্বৰৰ আঙ্গা পাই। খৰ অহিতে অছিয পৰমাত্মা সাথি ৰুপে। বুদ্ধিত পাৰিতি মনত জে ব্ৰহ্মা কহিলে। তোত স্বৰুপে। ৬১৭ ইলিয গনক দস দেৱ আছে কৰ, জ সাথি হুয়া। গুপ্ত কৈ আছে ৰহস্য নাহিকে মনে চাহা বিচাৰিয়া। ক্ষমা কৰা দ্বিজ ভশন নাহি কাণ অবোধ ব্ৰাহ্মণ জাতি। ভাৰ্যা কৰিলাক প্ৰতিক্ষনে পাৰে ব্ৰহ্মাৰ প্ৰতি বৃন্দাৰ সাপ। আৰু বৃন্দাৰ পতি লাভ। পদ। • গৃহক চল নমাতি। সুননে ব্ৰাহ্মণ যুগ মোৰ বহি গৈলা। পীতৃ মাতৃভাতৃ গোত্ৰ মৰি গৈল তথাপিতো মঞি ৰৈলো। মোৰ তপস্যাত তুস্ত হুয়া হৰি মোক ৰাখে সৰ্বকালে। সুৰদেৱ গনে মোহেক ৰখয় চলিক চাস বলে। অনাথ বালক বৃদ্ধৰুগি গন দেৱগনে ৰাখে তাক। নাৰি বুলি তই ধৰিবে খোজাস মোক ৰাখে দে'ঝাক | মাতৃ তুল্য আমি ক্ষেমা কৰা তুমি চল তঞি আন বনে। হেন বানি বুলি ৰাজাৰ নন্দিনি ৰহিলন্ত থিৰ মনে। এতিমকে বৃন্দ। দেবি বুলিয়া বচন। পৃথিবীৰ স হুয়া ৰৈল। তেতিক্ষন সেদ বাক্য সম সতি বচন বুলিলা কামাতুৰ হুয়া ধৰ্মে তাক সুনিলা। ৬১২ সম্ভোগ কৰিলে মনে জান্ত অনন্তৰে। আতি কোপে বৃন্দাদেবি সাপিলা সত্যৰে। সুন অৰে দ্বিজাধম তোক দেয়ে সাপ। ক্ষয় হৈবি ক্ষয় হৈবি ক্ষয় হৈৰি পাপ। ৬৩৩ পুনৰ্বাৰ বৃন্দাদেশি সাপ দিবে চান্ত। সেহি বেলা সুৰ্য্য আসি বাধা কৰিলন্ত॥ আত নাৰ কথা সুনা ৰুচিকৰ। ভয় হুয়া আসিলন্ত ব্ৰহ্মা বিষ্ণু, হৰ॥ ৩৩৪ ইন্দ্ৰ চন্দ্ৰ বায়ু বহ্নি কুবেৰ বৰুণ। অনন্তক আদিকৰি যত দেৱ গন। সান্তিকোপাগিয়ে দহি আছে কলেৱৰ। কলা হিনা আমাবস্যা চন্দ্ৰ সম সৰ॥ ৬:৫ নিছেস্ত ধৰ্ম্মক দেখি ৱে নাৰায়ণ। কৃযুক্ত হুয়া পাচে বুলি বচন। সুনিয়াক বৃন্দাদেৰি তুমি মহা সতি। কৰিলাহা মোত তুমি একান্ত ভকতি॥ ৬৩৬ মোহোৰ প্ৰসাদে ওযু জন্ম মৃত্য নাই। ধৰ্ম্মক ক্ৰিয়ায় তুমি স্বস্থকৰা কাই। ব্ৰহ্মা নিগতি বৃন্দ। সুনিময়া সুন্দৰি। পে পুন্ন হইবে। ইতো জানা বসুন্ধৰি॥ ৬৩৭
পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৮৫
অৱয়ব