পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ। খ গোপি সমে বাস কুড়াৰ কালত। সেহি কালে মোক খামি লভিব। সতত॥ ৭৭৩ শ্ৰীদামৰ সাজে বাধা গোলোকক জাইবা। ৰাধাৰ ই চায়ে বৃকভানু শৃত। হৈইব॥। ৰাধিকাৰ চায়। হয় তুমি থাকি বাহা। অভিমনু ৰজাপাছে তোমাক বিহাইবাহা৭৭৭ লেহিলে। ৰাধাযতি হৈ আন্তধ্যান। তুমি বৃন্দ। সতি হৈব। ৰাধাৰ সমান। তোমাক বিবাহ কালে দিয়া ৰাধা সতি। ৰাধা বহিবেক মোৰ লগত সম্প্ৰতি। ৭৭৮ ৰাধা বুলি জাবেক গোকুলৰ লোক। গে। পিগনে কৃড়াকালে লভিবাহ। মোক || স্বপ্ন জাগৰনে মোক নেৰা ৰাধা সতি। মোহ কৰি আনে নজনিয় মহামতি। ৭৭৯ সোহোৰ কোলত সৰ্ব্বদায় থাকা বই। মোৰ সক্তি ৰাধা দেশি জানা সমুদাই। বিষ্ণুৰ বচনে বৃন্দ। আয়ুসক দিল॥ বৃন্দাৰ আয়ুসে ধৰ্ম্ম তেনে উঠিল। ৭৮০ শ্ৰীমন্ত সুন্দৰ ধৰ্ম্ম পুন্ন মনোহৰ। ' তপ্ত মুবন্ন বম্ন দেহা ৰুচিকৰ। প্ৰম কৰিলা ধৰ্ম্মে পাছে গোবিক। ব্ৰহ্মাক প্ৰনামি পাছে নমিলা হক। ৭৮১ প্ৰকৃতিক প্ৰনামিল। পাছে ধৰ্মৰাই। দ, গুণ তেজ বল পুন্ন ভৈল কাই। বৃন্দা নিগদতি নিয়োক দেৱগন। ক্ষয় গৈৰি তিনিবাৰ বুলিলে বচন। ৭৮২ সান্তি কন্যা বাক্য না গতি দৃঢ়ত্তৰ। মিচ। মুহিবেক দে বাক্য সমসৰ। অতি কোপে ত্ৰিবাৰ সাপ দিলে। মই। আৰু বাৰ সাপ দিবে চাহিলো নিচ্ছয়ী॥ ৭৮৩ কণ্ঠে মাত্ৰ আইলা বানি নাসিল মনত। সেধিবেলা সুৰ্যে আসি বাধা কৰিলন্ত। সত্যে পুন্ন হৈবে ধৰ্ম জানা মহাসই। পদ হিন হৈবে ধৰ্ম্ম ত্ৰেতাত নিশ্চয়॥ ৭৮৪ দ্বাপৰ যুগত হইবে পদে ধৰ্ম্ম ক্ষয়। কলিৰ আনিত?দে ৰৈৰ সুনিশ্চ। কলিৰ সেষত সিয়ে। পা ক্ষয় হৈব। কলিৰ সেষত পাপ পুন্ন হয় ৰৈব৷ ৭৮৫ মোৰ মুখে তিনিবাৰ বচন বেকত। তিনি পাদ ক্ষয় হৈব কলিৰ আদিত॥ কলা ভাগে প্ৰবৰ্তিব কালৰ মধ্যত। চাড়ি পদ ক্ষয় হৈব কলিৰ মধত। ৭৮৬ কলি সেষে ধৰ্ম্ম জানা সুতিয়া ৰছিল। অধৰ্ম্মৰ চাড়ি পদে যুড়িয়া থাকিব। আত অনন্তৰে কথা সুনা ব্ৰজেশ্বৰ। গোলোকৰ পৰা ৰথ আসিল সত্যৰ। ৭৮৭ অমোল্য ৰমে নিলিন্ত মনোনিত। হিৰা হাৰ মনি গাৰ মানিকে সোভিত॥ না না অলঙ্কাৰে ৰঞ্জি আছে যথখান। ৰুন ঝুন সব্দ কবে অমোল্য বিমান। ৭৮৮ মুকুতাৰ জ্বালা জলে অতি বিৰজিত। অগ্নি সুব্ধ বস্ত্ৰ সমে চামৰে ভুষিত। হেন বিমান দেখিলন্ত দেৱগণ। গছে বৃন্দ। নমিলন্ত কৃষ্ণুৰ চৰণ। ৭৮৯ হক প্ৰণাম কৰি ব্ৰহ্মাক নমিলা। সৰ্ব দেৱগণক একত্ৰে প্ৰণামিলা। অনন্তৰে বৃন্দ।দেৰি তথাতে চৰিল। বৰিত গমনে পাছে গোলোকে চৰিল। ৭৯০ সক অস্বষি হৰি নিজ থানে গৈলা। সৰদেৱগণ কি সকি থানে ৰৈল॥ সুনা সমাজিকগন কেদিন জিবন। ক।-বাক্য মনে ভঙ্গিয়েক নাৰায়ণ॥ কামাতুৰ ধৰ্ম ৰাইৰ দেখিয়ে বিলাই। কৃষ্ণ ভজন বিনে আন গতি নাই। ৭৯১