9b ব্ৰহ্মবৈবৰ্ত পুৰাণ ৰত্ন দিপ মনি দিপ চন্দ্ৰ সৰোৰে। সেহি সেহি থানে গৈয়া ৰমিয়ো সত্যৰে॥ ৬১৮ আনো নানা প্ৰলোভিত বচন বুলি। সম্ভোগ কৰিব লাগি সন্নিত চাপিলা। ধৈৰ্য ভাৱ পৰিত্যাগ কৰি ধৰ্মাই। সান্তিধৰ্ম্ম নস্ত কৰিবক গৈলা ধাই॥ ৬১৯ ব্ৰাহ্মনৰ কাম ভাৱ দেখি বৃন্দ। সতি। কোপে কম্পমান হুয়া বুলিলা যুগুতি। পঞ্জি গমন দুখ হেন জানি ধৰন্ত নবাঞ্চয়। সৰ্ম্মৰন্থ হুয়া অধৰ্ম্মত ৰতি ক্ষমা কৰা মসয়। জেহেন দ্বিপ সিখা দেখিয়া কিট মৰে লোভ হয়। বিসময় কুম্ভ দুগ্ধ মুখে মাত্ৰ তাক পিৰে নজানিয়া। জেন খুধাতুৰে বিস মীশ্ৰ অন্ন ভুঞ্জে আতি ভ্ৰম হুয়া। জোৰৰ লগত দেখিয়া অগ্নিক মস্যমৰে প্ৰলোভিয়া। সেহমত জানা পৰস্ত্ৰিৰ সুখ দেখিম'ত্ৰ মনোহ। বিনামৰ বিজ স্ত্ৰীমুখ পদ্ম মনমোহে সজ্জন। ৬ ৪ সুনা ৰুচিকৰ কামৰ আধাৰ দুলৰি। বৃন্দা নিগদতি শুন। মহ। ভাগ তুমি দ্বিজ দুৰাসয়। ব্ৰাহ্মনৰ ধৰ্ম তপ সত্য ব্ৰহ বেদ পাঠ শুভ নয়। ৬২ ধৈৰ্য্য ধৰা দ্বিজ ধৈৰ্য্য সুস্থ কৰে ধৈৰ্য্য ধম্মি ব্ৰাহ্মনৰ। পৰঞ্জি সেৱন অৰ্ম্মৰ কৰ্ম্ম ত্যাগকৰা দ্বিজবৰ। পতিব্ৰতা স্ত্ৰিক বলকৰি জিতে। মে অতি দুৰাচাৰ। মাতৃৰ গমন পাপ হৱে তাৰ ব্ৰহ্মবধ সাতবাৰ। ৬১১ কুম্ভিপাকে সিতে। পছিয়া থাকয় জাৱে চন্দ্ৰ দিবাকৰ। জম দুতে ধৰি তপত তৈলহ ভাজে তাক দৃঢ়ত্তৰ। লোহ। ডাঙ্গে ধৰি সিৰে মাৰে বাড়ি তাৰ গৱে শ্ৰুতি নাই। নিতেক সুখ পাছে মহদুখ সৰ্ব্বনাস হৱে জাই। ৬২২ সুখমাল মনোহ। অধৰ্মৰ স্থল বিনাসৰ বিজ তেজা আক দ্বিজবড়। মল মুত্ৰ সমে নৰকৰ কুম্ভ স্ত্ৰীৰ পাষ সমূদাই। দুৰ্গন্ধ তত পাপৰ আধাৰ পৰ স্ত্ৰীতে। সুখ নাই। ৬২৫ পৰস্ত্ৰী সম্ভোগ কৰ জিতো ৰে ৰোঁৰয়াত হোৱে ধস। কোটী কোটী যুগ নৰকত পছে, পিতৃগনে তেজে আস। একে স্বৰে দেখি হৰিবাক চাস সুন অৰে দুৰাচাৰ। এহি থানে বেদ লোকপাল সবে চৌধ্য সাখি অনিবাৰ। ৬২৬
পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৮৪
অৱয়ব