পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৪ ব্ৰহ্মবৈবৰ্ত পুৰাণ সুভা মুভ কৰ্ম্ম ছয় মনুষ্যে কয়। ভোগ বিনে কদাছিতো তাৰ নাহি ক্ষয়। ভোগ কৰি সুদ্ধি হৱে পাপৰ পুনৰ। তেবেসে মুকুতি হয়ে জানা মনুস্যৰ। ৪০১ সুকৃত কৰ্মৰে নষ্ট দুষকৃত নোহয়। দুষ্কৃতৰে সুকৃতকে। নন্ত নকৰয়। যজ্ঞ তপ অন্ন সম ব্ৰত দান যত। তিৰ্থ স্নান মহা দান কৰয় সতত॥ ৪০১ নিয়ম সংযম যপ ভুমি প্ৰদক্ষিন। উপদেশ নৰে কৰে পুৰাণ শ্ৰবণ। গুৰুক পুজয় দেৱতিক পুজাকৰে। তিৰ্থক পুজয় নিতে স্বধৰ্ম্ম আছৰে। ৪০৩ ব্ৰাহ্মনক সুদ্ধ ভাৱে কৰয় পুজন। সবাতে বিসেষ বি কৰায়ে ভোজন। জিব। দ্ৰব্য দিয়ে সুদ্ধে ব্ৰাহ্মনক লাগি। তাক পুৰুপে পাই সিতে মহাভাগ : ০১ বিজৰুপ তাৰ দা জানা মাসয়। ক্ষেত্ৰৰুপ ব্ৰাহ্মনক বুজিব নিশ্চয়। এহিসব কৰ্ম্ম কৰি স্বৰ্গক কৰ্ম্মৰ মোখ্যক জান। পিতৃ নপাৱয়। ৪৫ সকাম কৰিয়া যদি মোহোক সেৱয়। সেহি সেবনতো মুকুতিক নপাৱয়। মুকুত কৰ্ম্মক কৰি স্বৰ্গে চলি জাই। দুষ্কৃতি কম্মেৰে নৰক ৩ লৱে ঠাই। ৪০৬ দুস্কৃত কৰ্ম্মেৰে দেহে ব্যাধি হোৱে জাত। কুছিত জোনিত জন্ম ধৰয় সাক্ষাত। কুৎসিত যোনিত পুনু পুৰু জন্ম হয়। পৰে দ্বিজ ঘৰে জন্মি সিদ্ধিক ভয় ৪০৭ ব্ৰাহ্মনৰ গোয়ে যিতো জানিয়া মায়। উপপতক যে নাম তাৰ গোৱয়॥ দল সুক নৰকক সিজনে ভয়। গোৰ লোম সম বৰ্ষ ভুঞ্জিবে লাগিয়। ৪৮ মহা সৰ্প গনে তাক সদায়ে ভূয়। বিস জালে সিতে। পাপি মাৰিয়া জিৱয়। ক্ষুধা তৃষ্ণা তুষ্ট হুয়া সদায়ে থাকয়। নিৰহাৰ কৃষ্যেদৰে ব্যথিত হোৱয়। ৪৯ গোৰ লেম সমবৰ্ষ নৰক ভুঞ্জ য়। দন্দ সুক হস্তে সিতে। পৰতো উঠয়। গোৰ লোম সম বষ গোৰত জন্ময়। তাত পাছে কৃষ্ঠ যুক্ত চাণ্ডাল হোৱয়। ১০ লক্ষ ৭ষ চাণ্ডালৰ গৰ্ভত জন্ময় | তাত পাছে কুষ্ঠ মুক্ত ব্ৰাহ্মণ হোৱয়। ব্ৰাহ্মণ লক্ষেক সিতে। ভোজন কৰাই। ব্যাপি সুষ্ঠ সুচি তেবে হেৰে নন্দৰাই। ৪১১ তজ্ঞান অৰ্ধকাল ভুঞ্জিবে লাগয়। বিৰ বৰ্ষৰ শুদ্ধ ক্ষেত্ৰৰে ভুঞ্জয়। ক্ষেত্ৰয়ৰ অৰ্থ বৰ্ষ বস্যেৱ। ভুঞ্জয়। তাৰ হৰ্দ কালা গুদে ভুঞ্জিবে গয়॥ ৪১২ গো বধ পাপ চাড়ি জাতিৰ নিশ্চয় অনুক্ৰমে ভুয়া নাহিকে সংসয়। কিঞ্চিত পাপৰ সেষ ৰোগাদি হয়। তাক ভুঞ্জি প্ৰচিত্ত শুদ্ধিক ভয়। ৪১৩ মুকল্পে চতুৰ্থ পাৰ ভাগ হয়। হাকে। ভুঞ্জি বে লাগে নাতিকে সংসয়। ব্ৰাহ্মণৰ গৰু চয় ইতৰে মৰয়। চাৰি গুণ সেহি পাপ ভুঞ্জিনে লাগয়॥ ৪১৪ ব্ৰাহ্মণ ক্ষেত্ৰিয় স্যৈ সুত্ৰ জিব। ৩য়॥ ব্ৰহ্ম বধ পাপ ভোগ কৰিয়া ভুঞ্জয়। জ্ঞানতো সম্পূৰ্ণ পাপ অৰ্দ্ধ অজ্ঞানত। প্ৰায়চিত্ত নৰকৰে। হৱে সেন্ধি মত। ৪১৫ পাপ কৰ্মে পুৰু পুনু জানা জন্ম হয়। ব্যাধিৰ সম্ভায় পাপ নাহিকে সংসয়। গোধি জ ব গোৰ নৰক ভুঞ্জয় | অতমান বৰ্ষ গোৰ গৰ্ভত জম্ময়। ৪১৬