পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ। 38 ব্ৰাহ্মনে নয় যদি ক্ষেত্যৰ জনক। বন বিনে ক্ষেত্ৰিয়ে বধয় ক্ষেত্যৱক। তপ্ত মুল নামে নক সিপাপি বৎসৰ সহ সিতো ভুঞ্জিয়া কয় ৪২৫ লোহা ভাঙ্গে তপ্ত তৈল্য তাহাক ভাজয়। সেদায়ে আৰ্তনাদ কৰিয়া কান্দ। তাত পাচে মত্তগজ হবে বয় সত। তাৰ চাৰি গুন বৰ্ষ ব্ৰহ্ম বধি জিতো। বিস্তা পোক ইয়া থাকে জানিবা সিতো। সেহি চাৰিগুন বৰ্ষ স্লেচত জন্ময়। পাছে চাবিগুন বৰ্ষ অৰ্ধ বিপ্ৰ হয়। ৪১৭ চাৰি লক্ষ ব্ৰাহ্মনক ভোজন কৰায়। সিদ্ধিক জয় সিতো জানা নন্দ ৰায়ি। স্ত্ৰী বধ পাপ চাৰি জাতি চৰয়। অতি পাতেকক জানা তাহাৰ হোৱয়॥ ৪১৮ তিৰি লোম সম বৰ্ষ নৰকে থাকয়। কাল সুত্ৰ নাম ন সি পাপি ভুঞ্জয। ' নিহৰ কৃসেদিৰে হোৱয় ব্যথিত। তা কৃমি গনে তাক কয় ভক্ষিত॥ ৪১৯ তাত পাছে স্ত্ৰীলোম সমাণ বসি। পপক হুয়া থাকে দু পাৱে তাসঋস। তাত পাছে সুদ্ৰ গৰ্ভে জনম ধৰয়। সেহি কৰ্ম্ম অক্ষ্মা ৰোগ তাহাৰো হোৱয়॥ ৪২০ সতেক বৎসৰ সিতে। যক্ষ্ম ৰোগি হয়। বিপ্ৰৰ লক ভুঞ্জায় মুদ্ধিক লভয়। ৩াত পাছে সুধি ও ব্ৰাহ্মন হেয়। কিচোৰাল অসেস ৰোগৰ থাকয়। ৪২১ তপস্যা নিৰিত দ্বিজ সদায়ে হেয়। স্বল্প’দানে সমৃলঞ্চে দ্বিজৰ গুচয়। গৰ্ভ কৰ্ত্তা মহা পপি জানা নাই। সুচি, মুখ নৰকক সিতো চলি জায়। ৪২২ সত বস এক্স সস্ত্ৰে কয় পিড়িত। তাত পাছ বসত ঘোটক যোনিত। তাত পাছে বৈ গৰ্ভে সিতে পাপি জাত। সেহি কৰ্ম্মে সুক্ৰ ৰোগ হোয়ে সাক্ষাত॥৪২৩ বসচয় ৰোগতৰ সৰিৰে হোৱয়। স্ব দানে সুচি হয়। যোগ নষ্ট হয়। তাত পাছে সন্তকুলে জনম ধৰয়। নিব্যাধি ব্ৰাহ্মন হুয়া সুচিক ভয়॥ ২৪ তাত পছে সুত্ৰ জন্ম ধৰয় লোকত। ৪২৬ মল মুত্ৰ দ্বাৰে তেজ হোৱয় সেকত। বক্তৰ বিকালে থাকে জানা বষসহ। গজদানে সিতো ব্যাধি বিমুকুত হয়। তাহ পাছে সুব্ধ হুয়া জিত জন্ময়। ৪২৭ বৈশ্য বধে বৈশ্যকলে সুজেয়য় বৈশ্যক। বৈস্তেয়ো বধয় সুত্ৰ সমান পাতেক। ক্ৰিমি কুণ্ড নৰকক এই সিতেজন। সত ব ন ভুঞ্জে পাপৰ কাৰন। ৪২৮ ক্ৰিমি সবে সিতে। নক তাহাক ভুঞ্জয়। তাত পাছে কিৰাতত তাৰ জন্ম হয়। ক্ৰিমি ব্যাধি হাত চৱে কিৰাত দেহত। সত বৰ্ষ ভুঞ্জে দুখ পাৱে নানামত৪২৯ তাত পাছে ব্ৰাহ্মনৰ গৰ্ভে জাত হয়। দেত মন্দাগ্নি ভুঞ্জি বাক নপৰয়। দুৰ্বল সৰিৰ জান দেহ কৃষোদৰ। জনম ৰুপৰ নানা ধৈ ব্ৰাহ্মনৰ। চয় বৰ্ষ পৰ্যান্তে দুষখৰ নাহি পাৰ। তিৰ্থ অশ্ব দানে কৰে ব্যাধিৰ নিস্তাৰ। দেহত গ্ৰহনী ৰোগ পৰিস কয়। অশদানে ব্ৰাহ্মনক সুদ্ধিক লভয়। ৪১ ব্ৰাহ্মনেয়ে। কাম কৰি সুত্ৰক বধয়। গায়ত্ৰ লক্ষ জপে সুদ্ধিক ভয়। অজ্ঞানত তাৰ অৰ্দ্ধ জপ আচৰিব। বৈষ্ণ বধ নৰকক নহৈবা ভুবি। ৪৩২ ৪৩০